Kamakhya: মা কামাখ্যা দেৱীৰ মন্দিৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তেওঁৰ পত্নী

Kamakhya :


আজি পুৱা মা কামাখ্যা দেৱীৰ মন্দিৰত উপস্থিত হৈ সকলোৰে মংগল প্ৰাৰ্থনাৰে পূজা আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে তেওঁ পত্নীয়ে ।

সভাপতি গৰাকীৰ স’তে কংগ্ৰেছৰ অন্যান্য একাংশ নেতাও এই প্ৰাৰ্থনা কালত উপস্থিত আছিল।

Exit mobile version