Dr.Purnima Devi Barman : হাড়গিলাৰ সংৰক্ষক হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ

ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান

WhatsApp Image 2022 11 22 at 20.29.16

Dr.Purnima Devi Barman :
অসমৰ পৰিৱেশ সংৰক্ষণ হকে অহনিষে সৰৱ হৈ থকা হাড়গিলা বাইদেউ হিচাপে সকলোৰে মাজত পৰিচিত ড : পূৰ্ণিমা দেৱী বৰ্মনক চলিত বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘই ‘চেম্পিয়ন অফ দ্যা আৰ্থ ‘বঁটাৰে সন্মানিত কৰে ৷

স্মতৰ্ৱ্য যে ড: বৰ্মনে বিশ্বত শেহতীয়াকৈ বিপদাপন্ন হোৱা হাড়গিলাৰ সংৰক্ষণৰ বাবে অহনিষে কাম কৰি আহিছে ৷  সকলোৰে মাজত হাড়গিলা বাইদেউ নামেৰে পৰিচিত ড: বৰ্মন ৷

ইয়াৰ পূৰ্বে ড : বৰ্মনে ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা আৰু ২০১৮ ত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল ৷

Exit mobile version