Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 11 18 at 13.44.32

Horoscope :

মেষ : উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ। দেহ ভাল বুলি ক’ব পাৰি। হেৰুৱা সম্পাদ পুনঃ প্রাপ্তি। অবাদ্য সন্তান সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

বৃষ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মিথুন : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে। কর্মসূত্ৰত ভ্রমণ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। মনত হতাশা। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

কর্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰা মৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম। বিদ্যাত শুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।

সিংহ : কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে। শৰীৰ মধ্যম। প্ৰেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা-৫।

কন্যা : ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব। দুই এটা কামত বাধাৰ কাৰকতা। দাম্পত্যত মতানক্য। বিদ্যাত জটিলতা। শুভ ৰং গেৰুৱা বগা। শুভ সংখ্যা ৩।

তুলা : কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিকত ভালেই দেখা যায়। বিদ্যাত শুভ ফল। প্ৰেমত বুজা বুজি। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

বৃশ্চিক : জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক। আর্থিকত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতর্ক হ’ব। বিদ্যাত বিশৃংখলা। শুভ ৰং বগা। শুভ সংখ্যা

ধনু : ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্ধান বৃদ্ধিৰ কাৰক। নিবনুৱা কৰ্ম প্ৰাপ্তিৰ যোগ। দাম্পত্যত শুভ ফল। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৪।

মকৰ : চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ্য। প্ৰেমত বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

কুম্ভ : পুৰণা মামলা মোকদ্দমাৰ নিৰপত্তি হ’ব পাৰে। বাধা বিঘিনিৰ মাজেদি কর্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্ৰেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ১।

মীন: আর্থিক উন্নতি। যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি। মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে। প্ৰেমত শুভ ফল। শুভ ৰং বগা শুভ সংখ্যা ৩।

Exit mobile version