Drugs sezied : মহানগৰীত আৰক্ষীৰ অভিযানত জব্দ , বৃহৎ পৰিমাণৰ হেৰ’ইন

আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

5b071d85 80f7 4585 8b81 2eb84a69785c

Drugs sezied :

মহানগৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। পল্টনবজাৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি হাতীগাঁৱৰ সিজুবাৰীৰ পৰা আটক কৰে তিনি সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী কেইটা হ’ল ৰত্নেশ কুমাৰ আৰু ফাৰুক আহমেদ আৰু মণিভূষণ কুমাৰ ৷ধৃত সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ন পেকেট হেৰ’ইন ৷

সৰবৰাহকাৰী কেইটাই ৰে’লেৰে ড্ৰাগছখিনি আনি হাতীগাঁৱলৈ নি থকা অৱস্থাত আটক কৰে৷ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version