Horoscope : দিনটোৰ ৰাশিফল

zodiac circle with horoscope signs fish pisces scorpio aquarius zodiak aries virgo vector illustration 1284 46992

Horoscope :

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতো শুভ ফল। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ২।

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। বাটে-পথে ফুৰোতে সতর্ক হওক। বিদ্যাত মধ্যম। শৰীৰৰ দুৰ্বলতা। শুভ ৰং বগা, শুভ সংখ্যা ৪।

মিথুন: কর্তব্যত আপোনাৰ যোগ্যতা থাশিব। কোনোরে বাস্তব খোজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

কৰ্কট : পূৰ্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত। শৰীৰো ভালে যোৱাৰ কাৰক। অৱশ্যে আপোনাৰ হুমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫।

সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল দাম্পত্যত নতুন চিন্তা। অৱশ্যে থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

কন্যা : কর্মক্ষেত্ৰত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তা কাৰণ হ’ব। জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা : কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। ভ্রমণাদিত অমনোযোগী নহ’ব। সুনাম। শুভ ৰং ক’লা, শুভ সংখ্যা ৬।

বৃশ্চিক : ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ। মুঠতে কিছু অসুবিধাৰ কাৰক। জাতক জাতিকাই সাৱধান থাকিলে ভাল। শুভ ৰং নীলাস শুভ সংখ্যা ১১।

ধনু : উন্নত দিনৰ অনুমান। যোগাযোগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত বাধা কম। শিক্ষক বুদ্ধিজীৱিৰ সুখ। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।

মকৰ : ভগা পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণত সষ্টম হওক। কিন্তু কোনোৰ প্ৰিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ যিসকল যোগ্যবান। শুভ ৰং বগা, শুভ সংখ্যা ৮।

কুম্ভ : ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনোযোগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লোহ, লক্ক ইস্পাত কাঠ কয়লাত লাভ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। সুৰ-সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব। ভ্ৰমণত সাৱধান। নতুন সম্পদক ক্রয়। শুভ ৰং ক’লা, শুভ সংখ্যা ১।

Exit mobile version