Horoscope : দিনটোৰ ৰাশিফল

zodiac circle with horoscope signs fish pisces scorpio aquarius zodiak aries virgo vector illustration 1284 46992

Horoscope :

মেষ : বৈষয়িক অৱস্থাৰ শতাধিক উন্নতি সফল। এই সময়ছোৱাত শিল্পীসকলৰ প্রাপ্য সন্মান লভে আনন্দৰ কাৰকতা। কর্মসূত্ৰত যোগ আছে। বিদ্যাত জটিলতা। দাম্পত্যত মতানৈক্য।

বৃষ : কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। ৰাজহুৱা কৰ্মত জড়িতসকলে সহানুভূতি লাভ কৰিব। জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক। শৰীৰ মধ্যম।

মিথুন : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম। দেহ ভাল বুলি ক’ব পাৰি। অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। বিদ্যাত শুভ। প্ৰেমৰ বাধা।

কর্কট: চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভ। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি, বিদ্যাত

সিংহ : পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। প্রেমত শুভ। নিৱনুৱাৰ কৰ্ম প্ৰাপ্তিৰ যোগ। বিদ্যাত বাধা।

কন্যা : আর্থিক দিশত এই সময়ছোৱাত উন্নতি। যোগাযোগত আশাপূর্ণ অগ্রগতি। মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে। প্ৰেমত শুভ।

তুলা : পৰোপকাৰ কৰিবলৈ যাওঁতে বিপদৰ পুনৰ আশংকা কৰিব উৎসক আকাংক্ষা বিবাহ প্ৰাৰ্থীৰ বিবাহ প্ৰস্তাৱ আহিব পাৰে। প্ৰেম-প্রণয়ত শুভ।

বৃশ্চিক : এই সময়ছোৱাত ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। আয়-বৃদ্ধিৰ চেষ্টাত সাফল্য। সন্তানক লৈ চিন্তিত। প্ৰেমত প্ৰতাৰিত হ’ব পাৰে।

ধনু : আর্থিকত অসুবিধা পাব পাৰে। বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুর্কীতি দেখা যায়। প্ৰেমত বাধা হ’ব পাৰে। বিদ্যাত বিশৃংখলতাৰ উদ্ভৱ।

মকৰ : সামাজিক কর্মত জড়িতসকলে চাই-চিতি চলিব। ব্যৱসায়িক দিশত উন্নতি। ভ্ৰাতৃৰ লগত ঘৰুৱা কথা লৈ মতানৈক্য হ’ব পাৰে। বিদ্যাত শুভ, প্ৰেমত আনন্দ।

কুম্ভ : এই সময়ছোৱাত আত্মীয় লোকৰ পৰা সাৱধানে থাকিব। ব্যৱসায়িক দিশত উন্নতি লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ। প্ৰেমত মধ্যম।

মীন : ব্যৱসায়-বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। অৱশ্যে এই সময়ছোৱাত লেন-দেনৰ কামত জড়িত নথকাই ভাল। বিদ্যাত মনোযোগ দিয়ক। প্ৰেমত শুভ ফল।জড়িতসকলে সহানুভূতি লাভ কৰিব। জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক। শৰীৰ মধ্যম।

Exit mobile version