Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

     Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

    Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

    G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

    Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

    Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle

Hungry : ভোক লগাৰ সময়ত ভূলটো নাখাব এই সমূহ খাদ্য,হ’ব পাৰে বিপদ

publisher by publisher
November 27, 2022
in Lifestyle, Health
Reading Time: 1 min read
0
Hungry : ভোক লগাৰ সময়ত ভূলটো নাখাব এই সমূহ খাদ্য,হ’ব পাৰে বিপদ
1
SHARES
13
VIEWS
ShareShareShareShare

Hungry :

প্রচণ্ড ভোক লাগিলে মানুহে কেতিয়াবা হাতৰ কাষতে যি পায় তাকে খাবলৈ ইচ্ছা কৰে। কিন্তু এনে কিছুমান খাদ্য আছে, যিবোৰ অতিপাত ভোক লাগি থকা অৱস্থাত খোৱাটো শৰীৰৰ বাবে একেবাৰেই স্বাস্থ্যসন্মত নহয়।সেয়ে প্রচণ্ড ভোক লগা অৱস্থাত কিবা খোৱাৰ পূর্বে জানি লওক কিবোৰ খাদ্যত এই সময়ত চিকিৎসকৰ বাধা-নিষেধ আছে।

ADVERTISEMENT

জলাযুক্ত খাদ্য

RelatedPosts

Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

Diabetes : ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

Body Pain : শীতকালত কিয় বৃদ্ধি পায় শৰীৰত বিষৰ সমস্যা ?

কেতিয়াবা দুপৰীয়াৰ আহাৰ কৰাত পলম হয়। কিবা কাৰণত ব্যস্ত থাকিলে খোৱাত পলম হোৱাৰ বাবে অতিপাত ভোক লাগে। তেনে অৱস্থাত কেতিয়াবা হোটেল-ৰেস্তোৰাঁত বা ফুটপাথৰ কাষত থকা ফাষ্টফুডৰ দোকানত সোমাই বহুতে অধিক জলাযুক্ত মুখৰোচক খাদ্য খাই পেট ভৰায়। কিন্তু সঘনাই এইদৰে খালে হজমৰ সমস্যা সৃষ্টি হ’ব। খালী পেটত জলাযুক্ত খাদ্য খালে সেই মছলাই মানুহৰ পাকস্থলীৰ আবৰণত পোনপটীয়া প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত কি কৰিব? জলা খাদ্য খোৱাৰ পূৰ্বে গাখীৰ বা দৈ খাব পাৰে। ইয়াৰ দ্বাৰা জলাৰ প্ৰভাৱ পোনপটীয়াকৈ পাকস্থলীত নপৰে।

05 1ফল

খালী পেটত ফল খাব নালাগে – এই কথাটো আমি শৈশৱৰ পৰাই শুনি আহিছো। এটা কল বা আপেল খাই বেছিক্ষণ থাকিব নোৱাৰি। ফলত আপোনাৰ ভোকৰ ভাব সোনকালেই আহিব। ফলৰ স’তে আপুনি কোনো প্ৰ’টিনযুক্ত খাদ্য খোৱা উচিত। ফলৰ লগত খাব পাৰে সামান্য পৰিমাণৰ বাদাম, পনীৰ, এটুকুৰা বিস্কুট বা পাউৰুটি।

images 29চাহ বা কফি

চাহ-কফি আদি পানীয় খালী পেটত পান কৰিলে এচিডিটীৰ সৃষ্টি হয়। বিশেষকৈ যিসকলৰ গেষ্ট্রিকৰ সমস্যা আছে, তেওঁলোকৰ বাবে খালী পেটত কফি পান কৰাটো অত্যন্ত ক্ষতিকাৰক।

download 2 3বিস্কুট বা চিপ্‌ছ

কেতিয়াবা এনে পৰিস্থিতি হয় যে প্রায় এঘণ্টাৰ পাছত আপুনি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। হয়তো ঘৰত ভাত হোৱা নাই বা অফিচত কোনো এৰিব নোৱৰা কামত ব্যস্ত হৈ আছে। অথচ সেই সময়তে প্রচণ্ড ভোক লাগিছে যদিও কিছু সময়ৰ পাছতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব বাবে কোনো গধুৰ খাদ্য খাবলৈ মন যোৱা নাই৷ সেয়ে কেইখনমান বিস্কুট বা চিপ্‌ছ খাই সাময়িকভাৱে পেটৰ ভোক মাৰিব বিচাৰিছে। কিন্তু ভুলতো এই কাম নকৰিব। মনত ৰাখিব, সৰু এপেকেট বিস্কুট বা চিপ্‌ছ বেছি সময় আপোনাৰ পেটত নাথাকিব। অর্থাৎ এঘণ্টাৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰালৈ আপোনাৰ পুনৰ ভোক লাগিব পাৰে। কিয়নো এইবোৰ খাদ্যত থকা কার্ব’হাইড্ৰেট কিছুসময়ৰ ভিতৰতে হজম হৈ পৰে। তেতিয়াই পুনৰ ভোক লাগিব। সেই ক্ষেত্ৰত আপুনি খাব পাৰে ২৫০-৩০০ কেলৰি যুক্ত কোনো খাদ্য। যেনে- এটা ছেণ্ড্যুইচ বা কে’ক।

download 1 7

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BiscuitsChipscoffeeFruitsHealthSpicy foodtea
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?
Lifestyle

Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

January 25, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: