Horoscope : দিনটোৰ ৰাশিফল

zodiac circle with horoscope signs fish pisces scorpio aquarius zodiak aries virgo vector illustration 1284 46992

Horoscope :

মেষ : পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

বৃষ: সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।

মিথুন : সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায়-বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। বিদ্যাত জটিলতা দেখা দিব। সৰু-সুৰা ভ্ৰমণ আছে। শুভ ৰং বগা। শুভ সংখ্যা ১।

কর্কট : আর্থিকত বিশেষ অসুবিধা দেখা বেঙণীয়া। শুভ আদায় কৰিব পাৰিব। বৃদ্ধি পাব। প্ৰেমত বাধা। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

সিংহ : যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ। প্ৰিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা-২।

কন্যা : পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱা সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বে-চৰকাৰী চাকৰিয়াল সকলৈ কর্মক্ষেত্ৰত বাধা পাব পাৰে। শুভ ৰং পাতল বগা। শুভ সংখ্যা ৭।

তুলা : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ নাযায়। প্রাপ্য ধন শুভ ৰং কৰ্মত সাফল্য আৰু মৰ্যাদা ৰং বগা। শুভ সংখ্যা ৩।

বৃশ্চিক : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য। যান-যাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া । শুভ সংখ্যা ৩।

ধনু : বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

মকৰ : এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল।
কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যোগ বাঢ়িব। প্ৰেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কুম্ভ : ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা।শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

মীন: ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা শুভ সংখ্যা ৩।

Exit mobile version