Horoscope:দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 02 at 11.10.14

Horoscope:
মেঘ:শুভ কাম সম্পন্ন হ’ব ৷পিছবেলা ভ্ৰমণ কৰিব ৷ৰঙা বস্ত্ৰ দান কৰক,ব্যয় বৃদ্ধি৷শৰীৰ মাধ্যম,শুভ ৰং বগা,শুভ সংখ্যা ৯ ৷

বৃষ:কৰ্মচিন্তা উন্নত ৷মূল্যৱান সম্পদ লাভ ৷বিদ্যাত শুভ ৷ভ্ৰমণৰ যোগ ৷শুভ ৰং সোণালী,শুভ সংখ্যা ৩ ৷

মিথুন: বিদ্যাত শুভ ৷বন্ধুু পৰা উৎসাহ পাব ৷অৰ্থ নাশ। সামাজিক কামত ব্যস্ততা বৃদ্ধি ৷শুভ ৰং সোণালী,শুভ সংখ্যা ৮ ৷

কৰ্কট: পৰিশঁ উপযুক্ত মৰ্যাদা পাব বন্ধুবৰ্গ পৰা সাৱধান হওক ,শৰীৰৰ কিছু যত্ন লওক ,নতুন কৰ্মৰ সংস্থাপন,শুভ ৰং নীলা,শুভ সংখ্যা ৫ ৷

সিংহ: ভ্ৰমণত বাধা,আশাবাদী মন,কৰ্মত উন্নতি,ভ্ৰমণত সৰ্তক হওক,আৰ্থিক শুভ৷শুভ সংখ্যা ৭,শুভ ৰং পাতল নীলা ৷

কন্যা : কৰ্মত উন্নত৷বিদ্য বুদ্ধিত শুভ৷পূব দিশৰ পৰা ভ্ৰমণ কৰক,খৰচ বৃদ্ধি ৷ শুভ সংবাদে আনন্দিত কৰিব ৷শুভ সংখ্যা ৪ ,শুভ ৰং বগা ৷

তুলা:কৰ্মযোগ্যতা বৃদ্ধি ,বিদ্যা বুদ্ধিত উন্নতি,সন্মান বৃদ্ধি ৷গোপন শত্ৰু বৃদ্ধি ৷খৰচ বৃদ্ধি ৷শুভ সংখ্যা ৯ ৷শুভ ৰং মেৰুণ ৷

বৃশ্চিক:মানসিক শান্তিবজাই ৰাখক ,সন্মান বৃদ্ধি৷ভ্ৰমণত মধ্যম ৷নতুন কৰ্মসংস্থাপনৰ যোগ ৷শিৱমন্ত্ৰ স্মৰণ কৰক,শুভ সংখ্যা ১,শুভ ৰং পাতল গোলপীয়া ৷

ধনু: পাৰিবাৰিক শান্তি ৷অৰ্থ লাভ,ভ্ৰমণত মাধ্যম৷দুষ্ট লোকৰ পৰা সাৱধানে চলক,তুলসীৰ গুড়িত পানী দিয়ক,শুভ ৰং নীলা,শুভ সংখ্যা ৪ ৷

মকৰ: সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি ৷ধৈৰ্য্যৰ প্ৰয়োজন ৷শিল্পী -সাহিত্যিকৰ সন্মান বৃদ্ধি,কৰ্মত মধ্যম ৷শুভ ৰং ৰঙা,শুভ সংখ্যা ৫

কুম্ভ : কৰ্মৰ উন্নতি ৷সন্তানক লৈ চিন্তা বৃদ্ধি ,পৰিবেশ অনুকুল। ভ্ৰমণত শুভ৷ শুভ ৰং আকাশী নীলা,শুভ সংখ্যা ৪ ৷

মীন: আয়-ব্যয় সমতা ৰক্ষা কৰক,সন্মান বৃদ্ধি৷যানবাহন ক্ৰয় কৰিব পাৰিব ৷কৰ্মোন্নতিৰ যোগ৷শুভ ৰং সোণালী,শুভ সংখ্যা ৫ ৷

Exit mobile version