Black Panther : অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী !

a922a4ff e685 424e bce1 f5083989c51c

Black Panther :

যোৱা কিছুদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানা আৰুউদ্ভি উদ্যানৰ জন্ত বহি:ৰাজ্যৰ ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ বিৰ্তক ৷

ইয়াৰ মাজতে চিৰিয়াখানাৰ পৰা আহিছে এটা ভাল খবৰ ৷ চিৰিয়াখানাত নতুন আলহীৰ আগমন ঘটিছে ৷মীনা আৰু মোহনৰ পৰিয়াললৈ আহিছে কণমানি আলহী ৷

হয়, এই আলহীয়েই হ’ল এটা ঘোংৰ পোৱালি ৷ মীনা নামৰ ঘোং জনীয়ে জন্ম দিয়ে এটা পোৱালি ৷ ইতিমধ্যে নতুন আলহীৰ আগমনৰ পিছতে উৎফুল্লিত হৈ পৰিছে চিৰিয়াখানা কৰ্তৃপক্ষ ৷ সুস্থ অৱস্থাত থকা পোৱালিটোক লৈ আনন্দৰ সীমা নাই বন বিষয়া-কৰ্মী সকলৰ ৷

Exit mobile version