Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

GST : বিত্তীয় সংকটৰ সম্মুখীন অসমসহ উত্তৰ – পূব

২০২৬ লৈ বেয়া দিন চলিব ৰাজ্যৰ

publisher by publisher
December 5, 2022
in Assam, News
Reading Time: 1 min read
0
GST : বিত্তীয় সংকটৰ সম্মুখীন অসমসহ উত্তৰ – পূব
0
SHARES
3
VIEWS
ShareShareShareShare

GST :

কৰ ৰাজহৰ পৰিমাণ ব্যাপক হাৰত নিম্নগামী হোৱাৰ সূত্ৰে দিল্লীৰ ওচৰত আর্থিকভাৱে নিৰ্ভৰশীল হ’বলগীয়া হৈছে অসম। কেন্দ্ৰীয় চৰকাৰে দিয়া অনুদানেৰেহে চলিছে অসমৰ অৰ্থনীতি।

ADVERTISEMENT

পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰতিবেদন মতে, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই কেন্দ্ৰৰ অনুদানৰ ওচৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। উল্লেখ্য যে বিগত ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ নিজস্ব কৰৰ পৰিমাণ আছিল মাথোঁ ২৪ শতাংশ।

RelatedPosts

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

ইয়াৰ বিপৰীতে মুঠ ৰাজহ সংগ্ৰহৰ ভিতৰত নিজস্ব কৰ বহির্ভূত শিতানত ৰাজ্যখনে অৰ্জন কৰিছিল সাত শতাংশ আৰু হস্তান্তৰিত পুঁজি আছিল ২৩ শতাংশ। ইয়াৰ বিপৰীতে বিগত বৰ্ষটোত ৰাজ্যখনে অর্থনীতি পৰিচালনাৰ বাবে কেন্দ্ৰৰ পৰা অনুদান হিচাপে লৈছিল ৪৬ শতাংশ পুঁজি।

অর্থাৎ কেন্দ্ৰৰ অনুদান অবিহনে ৰাজ্যখনৰ ৰাজহ আয় আছিল তেনেই নগণ্য। লক্ষ্যণীয় যে ৰাজ্যখনে সংগ্ৰহ কৰা কৰ ৰাজহৰ ভিতৰত আকৌ সর্বাধিক অৰিহণা আহিছিল ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ (জিএছটি)ৰ পৰা।

বিগত ২০২১-২২ বৰ্ষত অসমে সংগ্ৰহ কৰা নিজস্ব কৰ ৰাজহৰ ভিতৰত ৫৩ শতাংশ পুঁজিয়েই আছিল ৰাজ্যিক জিএছটিৰ অৰিহণা। ইয়াৰ বিপৰীতে ২৭ শতাংশ পুঁজি লাভ কৰিছিল বিক্ৰীকৰ আৰু ভেটৰ জৰিয়তে।

বিগত বিত্তীয় বৰ্ষটোত আবকাৰী শুল্ক আছিল ১০ শতাংশ, ষ্টাম্প ডিউটীৰ পৰা দুই শতাংশ আৰু অন্যান্য উৎসৰ পৰা আঠ শতাংশ কৰ লাভ কৰিছিল। এই কৰ ৰাজহৰ ওপৰঞ্চি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা অনুদানেহে অসমৰ অৰ্থনীতি পৰিচালনাত সহায় কৰিছিল।

লক্ষ্যণীয় যে ক’ভিডকালীন পৰিস্থিতিৰ পৰা মুক্ত হোৱাৰ পাছতে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ অৰ্থনীতিৰো ক্ৰমাৎ নিম্নগামী ধাৰা আৰম্ভ হৈছে। পুঁজিৰ অভাৱত সামগ্ৰিকভাৱে স্তব্ধ হৈ পৰিছে ৰাজ্যৰ উন্নয়ন প্ৰক্ৰিয়া।

উল্লেখ্য যে বিগত বিত্তীয় বৰ্ষত আন কেইখনমান ৰাজ্যৰ লগতে অসমেও আর্জিত ৰাজহৰ অধিকাংশ ধন অর্থাৎ ৫৫ শতাংশ ব্যয় কৰিবলগীয়া হৈছিল কেৱল চৰকাৰী কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ সুদ পৰিশোধত।

প্রায় ৩০ শতাংশ ৰাজহ কৰ্মচাৰীৰ দৰমহাত ব্যয় হোৱাৰ বিপৰীতে ১৩ শতাংশ পুঁজি সুদ পৰিশোধত আৰু আন ১২ শতাংশ ধন পেঞ্চনৰ নামত ব্যয় কৰিবলগীয়া হৈছিল।

শেহতীয়া বিত্তীয় পৰিসংখ্যা অনুসৰি পঞ্চম বিত্তীয় আয়োগে ২০২১ৰ পৰা ২০২৬ৰ ভিতৰত অসমৰ জনমূৰি নিজস্ব ৰাজহৰ পৰিমাণ দেশৰ ভিতৰতে নিম্নতম হ’ব বুলি আগজাননী দিছে।

সম্প্রতি ৰাজ্যখনৰ জনমূৰি নিজস্ব ৰাজহৰ পৰিমাণ হ’ল ৫২ শতাংশ। উল্লেখ্য যে ক’ভিডকালীন পৰিস্থিতিৰ সূত্ৰে দেশৰ কে’বাখনো ৰাজ্যত বৃদ্ধি পাইছে অপৰিশোধেয় দেনাৰ পৰিমাণ। প্রতিবেদন মতে, বিগত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা অসমত বৃদ্ধি পাইছে ধাৰৰ পৰিমাণ।

মুঠ ঘৰুৱা উৎপাদনৰ বিপৰীতে অসমত ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৮ শতাংশ ধাৰৰ পৰিমাণত থকাৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজহুৱা দেনাৰ পৰিমাণ প্রায় ২১ শতাংশলৈ ঊর্ধ্বগামী হৈছে। মুঠ ঘৰুৱা উৎপাদনৰ বিপৰীতে এই বৃহৎ পৰিমাণৰ ধাৰৰ বোজাই ৰাজ্যৰ অর্থনীতিলৈ কঢ়িয়াই আনিছে অশনি সংকেত।

লক্ষ্যণীয় যে বিগত ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যখনে অৰ্জন কৰা মুঠ ৰাজহৰ আঠ শতাংশ পুঁজি কেৱল ঋণৰ বিপৰীতে সুদ পৰিশোধতে খৰচ হৈছে।

ধাৰৰ বোজা বৃদ্ধিৰ বাবেই এতিয়া আৰ্থিক দুৰৱস্থাৰ দিনতো ৰাজ্যখনে নিজস্ব ৰাজহৰ পৰা আঠ শতাংশ পুঁজি সুদ পৰিশোধত ব্যয় কৰিবলগীয়া হোৱাৰ সূত্ৰে ৰাজ্যৰ ধাৰ আৰু সামগ্রিক আর্থিক স্থিতি অনাগত দিনত আৰু অধিক শোচনীয় হ’ব বুলি বিত্তীয় আয়োগে আগজাননী দিছে।

প্ৰসংগটোত উল্লেখ্য যে ৰাজ্যৰ সামগ্রিক শোচনীয় বিত্তীয় পৰিস্থিতিৰ সময়ত পৰমুখাপেক্ষী ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা জিএছটিৰ ক্ষতিপূৰণ হিচাপে লাভ কৰা পুঁজিৰে অৰ্থনীতি চম্ভালিবলৈ সক্ষম হৈছিল যদিও জিএছটি পৰিষদে পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ২০২২ৰ অহা ৩১ ডিচেম্বৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যলৈ জিএছটিৰ ক্ষতিপূৰ্ণ বন্ধ কৰিবলৈ সাজু হোৱাৰ সূত্ৰে এতিয়া শংকাত ভুগিছে অসম চৰকাৰ।

উল্লেখ্য যে জিএছটিৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে তুলনামূলকভাৱে ক্ষুদ্র ৰাজ্যসমূহে ৰাজহ সংগ্ৰহৰ অনিশ্চয়তাত ভুগিলেও তেনে ৰাজ্যক উপযুক্ত ক্ষতিপূৰ্ণৰ নিশ্চিতি প্ৰদান কৰিছিল।

২০১৭ত জিএছটি প্রৱর্তন হোৱাৰ সময়ৰে পৰা পৰৱৰ্তী পাঁচ বছৰলৈ জিএছটিৰ ক্ষতিপূৰ্ণ আদায় দিবলৈ লোৱা সিদ্ধান্তৰ সূত্ৰে অসমকে ধৰি কে’বাখনো ৰাজ্যই বিগত সময়ছোৱাত জিএছটি সংগ্ৰহৰ পৰিমাণ ১৪ শতাংশ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’লেও বাকীখিনি পুঁজি কেন্দ্ৰৰ পৰা ক্ষতিপূৰণ হিচাপে লাভ কৰি আহিছিল।

সামগ্ৰিকভাৱে ৰাজ্যখনৰ অৰ্থনীতিয়ে ৰাজহ ঘাটিৰ সন্মুখীন হোৱাৰ সূত্ৰে এই ঘাটি দূৰ কৰিবলৈ পঞ্চদশ বিত্তীয় আয়োগে ২০২১ৰ পৰা ২০২৬লৈ আটাইকেইখন ৰাজ্যলৈ মুঠতে ২.৯৪ লাখ কোটি টকাৰ অনুদান ঘোষণা কৰিছিল।

ইয়াৰে অধীনত অসমে এই সময়ছোৱাৰ বাবে ৰাজহ ঘাটি পূৰ কৰিবলৈ কেন্দ্ৰৰ পৰা লাভ কৰিছে মুঠতে ১৪,১৮৪ কোটি টকা।

পঞ্চদশ বিত্তীয় আয়োগৰ এই অনুদানে ৰাজ্যখনৰ শোচনীয় অর্থনীতিক কোনোমতে মূৰ দাঙি থিয় হ’বলৈ সকাহ দিছে যদিও ৰাজ্যখনৰ কৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ এতিয়াও ঊর্ধ্বগামী নোহোৱাৰ সূত্ৰে অনাগত দিনত অসমে পুনৰ ৰাজহ ঘাটিৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamGSTnews
publisher

publisher

Related Posts

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

February 3, 2023
PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানি লওক খৰছ কিমান ?

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: