Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 02 at 11.10.14

Horoscope :

মেষ: অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে। কর্মসূত্রত ভ্রমণ যোগ। বিবাহ প্ৰাৰ্থীৰ যোগ। নতুন উৎসাহজনক খবৰে আমন্দিত কৰিব। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৩।

বৃষ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্রােযোগ আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা চকাত সতৰ্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং নীলা। শুভ সংখ্যা ২।

মিথুন : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মনবিৰোধ। শুভ বং সেউজীয়া, শুভ সংখ্যা ৪।

কর্কট : পৈতৃক সম্পত্তি লাভৰ বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম। গৱেষকসকল সাফল্য লাভ। ভ্রমণ কৰিব পাৰে শুভ ৰং নীলা, শুভ সংখ্যা ৮।

সিংহ : পুৰণি মামলা মোকদ্দমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য. আয়বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত আৱেগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

কন্যা : উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাৱ বুলি ক’ব পাৰি। হেৰোৱা সম্পত্তি পুনৰপ্ৰাপ্ত অবাধ্য সন্তান-সন্তত্তিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

তুলা : আর্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা ৷ প্ৰযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্য। উল্লেখযোগ্য বন্ধৱভাৱ দুৰ্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃশ্চিক : ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজায় থাকিব। ভ্রমণত কষ্ট পাব। শুভ ৰং মাটিয়া, শুভ সংখ্যা ১।

ধনু : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কৰ্মত নতুন পৰিকল্পনাত উপকূচ হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

মকৰ : কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিকত ভালেই দেখা যায়। আয়ৰ ত্ৰেত্ৰত অনুকূল বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

কুম্ভ : ৰাজহুৱা কৰ্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই-এটা কামত, বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। শুভ ৰং পাতল হালধীয়া।, শুভ সংখ্যা ৫।

মীন: কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনে কাৰণে মনটো গধুৰ হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

Exit mobile version