Lakhimpur : পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক আটক

1bf93865 479c 4cff 99b1 78a83a3af9ba

Lakhimpur :

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ মাজতে পুনৰ গ্ৰেপ্তাৰ আৰু এজন চৰকাৰী কৰ্মচাৰী ৷ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ককজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজন হ’ল নন্দন বৰাক । দেওবাৰে নিশা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে নন্দন বৰাক।লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰ্মচাৰীজনক।

উল্লেখ্য যে ধৃত কাৰ্যালয় সহায়কজনৰ বিৰুদ্ধে জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগ উদ্থাপন হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে নন্দন বৰাক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version