Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News International

Kim Jong -un : দক্ষিণ কোৰিয়াৰ কে-ড্ৰামা চোৱাৰ অপৰাধত মৃত্যুদণ্ড দুই কিশোৰক

publisher by publisher
December 6, 2022
in News, International
Reading Time: 2 mins read
0
Kim Jong -un : দক্ষিণ কোৰিয়াৰ কে-ড্ৰামা চোৱাৰ অপৰাধত মৃত্যুদণ্ড দুই কিশোৰক
1
SHARES
13
VIEWS
ShareShareShareShare

Kim Jong -un :

বিভিন্ন সময়ত বিতৰ্কত নাম সাঙোৰ খাই থকা দেখিবলৈ পোৱা যায় কিম জং উন ( Kim Jong -un) । ৰহস্যৰ আন এটা নাম কিম জং উন বুলি ক’লেও ভুল নহ’ব ।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতাই পুনৰ বিতৰ্কিত নিৰ্দেশ দিলে । দুই কিশোৰক মৃত্যুদণ্ড দিলে কিম প্ৰশাসনে । কি ‘ অপৰাধ ‘ আছিল তেওঁলোকৰ ?

ADVERTISEMENT

দক্ষিণ কোৰিয়াৰ ড্ৰামা শ্ব’ চাই আনলৈ প্ৰেৰণ কৰা ! আচলতে, দক্ষিণ কোৰিয়াৰ এই কে-ড্ৰামা চোৱাটো কিমৰ দেশত নিষিদ্ধ। আৰু সেইকাৰণে দুই কিশোৰক দিয়া হ’ল কঠোৰ শাস্তি ।

RelatedPosts

Absu Speech:কমতাপুৰক কোনো ক্ষেত্ৰতে বি টি আৰৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ এবছুৰ

Assam Pradesh Congress Youth Committee President Ankita Dutta : সাৰদাৰ গোচৰৰ সন্দৰ্ভত কলকাতাত কংগ্ৰেছৰ অপসাৰিত সভানেত্ৰী অংকিতা দত্তৰ জেৰা আৰম্ভ

Vladimir Putin : প্ৰকৃততে পুটিনৰ অসুখ কি ? পোহৰলৈ আহিল ৰুছ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ নতুন তথ্য

তথ্য অনুসৰি , ল’ৰা দুজনে চীনৰ সীমান্তৱৰ্তী ৰিয়ানগাং প্ৰদেশৰ এখন উচ্চ বিদ্যালয়ত পঢ়ি আছিল। যোৱা অক্টোবৰত, তেওঁলোকে দক্ষিণ কোৰিয়া আৰু আমেৰিকাত কেবাটাও ড্ৰামা অনুষ্ঠান চাই।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে তেওঁলোকক ৰাজহুৱাভাৱে হত্যা কৰা হয় । কিমৰ সৈন্যবাহিনী এখন খালী অৰণ্যত তেওঁলোকক থিয় কৰোৱাই গুলী চালনা কৰে । কিমৰ দেশৰ আইন অনুসৰি, এনে আচৰণ প্ৰকৃততে এক ‘পাপ’। গতিকে কোনো ৰেহাই নাই।

সমগ্ৰ বিশ্বই উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উনৰ অমানৱীয় মানসিকতাৰ বিষয়ে জানে। কৰ’না কালত অৰ্থনৈতিক সংকট বৃদ্ধি হোৱাৰ বাবে, বহুলোকে দেশৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।

সেই সময়ত, তেওঁলোকক আধা আহাৰ খাবলৈ দি কঠোৰ পৰিশ্ৰম কৰাইছিল যে কিছুদিনৰ ভিতৰতে মানুহে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছত তেওঁলোকৰ শৰীৰ মাটিত পুতি থোৱা হৈছিল আৰু জৈৱিক সাৰ তৈয়াৰ কৰি ফুলৰ খেতিত লগাইছিল ।

মানৱ অধিকাৰ উলংঘনৰ এনে উদাহৰণ বাৰে বাৰে উন্মোচিত হৈছে। আৰু বাহিৰৰ পৃথিৱীৰ সমালোচনাৰ বিষয়ে কিমৰ কোনো দ্বিধা নাই।

ইফালে, উত্তৰ কোৰিয়াই এটাৰ পাছত এটা কৈ মিছাইল নিক্ষেপ কৰিছে, যাৰ ফলত চুবুৰীয়া দেশসমূহ আতংকিত হৈ পৰিছে। বিশেষকৈ, জাপান আৰু উত্তৰ কোৰিয়া কিমৰ দেশখনে শেহতীয়াকৈ কি আৰম্ভ কৰিছে তাক লৈ চিন্তিত।

দেশসমূহৰ মানুহৰ মাজতো আতংক বিয়পি পৰিছে। চিওলে কয় যে ই আমেৰিকাৰ স’তে যুটীয়াভাৱে কিমৰ সৈন্যৰ চলাচল নিৰীক্ষণ কৰি আছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Juvenile Sentenced To DeathKim Jong-unNorth KoreaPresident
publisher

publisher

Related Posts

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: