Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 02 at 11.10.14

Horoscope :

মেষ : আর্থিকত বাধা দেখা নাযায়। কমওঁত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব। শৰীৰ মধ্যম। ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব।

বৃষ : দিনটো উৎসাহজনক নহ’ব পাৰে। পৰিবেশৰ লগত মনৰ মিল কম হ’ব। স্থায়ী কোন কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব।

মিথুন: কর্মক্ষেত্ৰত্ বাধা থাকিব। বিদ্যাত জটিলতা নাই। পঢ়াত মন বহুওৱাক। প্ৰেমত নতুন সংযোগ। প্রেমত শুভ।

কর্কট : অনুকুল দিন। যোগোযোগত প্রায় ভালেই। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাতো সিমান জটিলতা নাথাকিব।

সিংহ : কোন কৰ্মৰ লগত কৌশলগত সংযোগ ৰাখি কৃতকার্য হ’ব। মনৰ অৱস্থা ভালেই থাকিব. বিদ্যাত মধ্যম । প্ৰেমত অশুভ।

কন্যা : মধ্যম দিন। শৰীৰো এক ৰকম। বিদ্যাত খেলিমেলিৰ মাজেৰে অগ্রগতি। দাম্পত্যত চিন্তা থাকিব।

তুলা : আর্থিক উন্নতিৰ চেষ্টাত অনুকুল। প্রাপ্য মান-সন্মান লাভৰ সংবাদ। জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে। বিদ্যাত শুভ।

বৃশ্চিক :অস্থিৰতা লাহে লাহে হ্রাস পাব। কিছু পৰিৱৰ্তনীয় কামৰ অগ্ৰসৰতা। শৰীৰ ভালেই যাব। পঢ়াত বাধা।

ধনু : খৰচ বৃদ্ধি পাব। ঘৰুৱা দিশতো সমস্যা বৃদ্ধি পাব। ভ্ৰমণত সতর্ক থাকিব। মূৰৰ বিষ হ’ব পাৰে।

মকৰ : দিনটো আপোনাৰ প্ৰায় ফৰকাল বুলিব পীৰি। কর্মক্ষেত্ৰত জটিলতা নাথাকিব। শৰীৰো মধ্যম। বিয়াৰ যোগাযোগ শুভ।

কুম্ভ : কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। আৱেগ প্ৰৱণতাৰ দ্বাৰা নচলিব। ভ্ৰমণত লাভজনক ফল। বিদ্যাত শুভ।

মীন : কৰ্মত নিৰাশ নহ’ব। চেষ্টাত অটল থাকক। বিদ্যাত শুভ। আর্থিকত দুশ্চিন্তা কম।’ নিবনুৱাৰ কৰ্মলাভৰ যোগ।

Exit mobile version