Drugs Paddler arrested :মহানগৰ আৰক্ষীৰ অভিযানত কৰায়ত্ব দুটাকৈ ড্ৰাগছ পেডেলাৰ

87ab1ce5 af21 428c 81a0 fdfc6ceb431a

Drugs Paddler arrested :

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই থকাৰ মাজতে পুনৰ কৰায়ত্ব হ’ল দুটাকৈ ড্ৰাগছ পেডলাৰ ৷

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে হাতীগাওঁ লখিমী পথত দুজন যুৱকক তালাচী চলাই জব্দ কৰে নিষিদ্ধ ব্ৰাউন চুগাৰ ৷

কে’বাটাও প্লাষ্টিকৰ কন্টেইনাৰৰ ব্ৰাউন চুগাৰৰ সৈতে আটক কৰা সৰবৰাহকাৰী দুটা হ’ল সিজুবাৰীৰ চাহিল আলী আৰু নটবমাৰ চালিম আলী ৷ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version