Narengi Theft :ম’বাইল চোৰ কৰিবলৈ গৈ চোৰে খালে ঔকিল

WhatsApp Image 2022 12 10 at 17.46.49

Narengi Theft:

চোৰ কৰিলে উত্তম বিদ্যা বিদ্যা ,ধৰা পৰিলে শিলৰ খুন্দা ৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’লে এটা ম’বাইল চোৰৰ ক্ষেত্ৰত ৷ দিন দুপৰতে এজন লোকৰ পৰা ম’বাইল চুৰি কৰিবলৈ আহি চোৰে খালে লপাথপা ৷ সমবেত লোকে চোৰক দিলে উত্তম- মাধ্যম

এই ঘটনা সংঘটিত হয় মহানগৰীৰ নাৰেংগীৰ ২ নং মঠঘৰীয়াত ৷ পিছত কৰায়ত্ব হোৱা গভাইত চোৰটোক ৰাইজে চমজাই দিয়ে নাৰেংগী আৰক্ষীক ৷

Exit mobile version