Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ

    Assam is burdened with Debt of 24.4 Percent of the State’s GDP:ৰাজ্যৰ জিডিপিৰ ২৪.৪ শতাংশ ধাৰৰ বোজাত ককবকাইছে অসমে

    Afghanistan’s Currency at the top of World Economy:বিশ্ব অর্থনীতিৰ শীৰ্ষত আফগানিস্তানৰ মুদ্ৰা

    ‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

    Delhi Robbery:দিল্লীত চাঞ্চল্যকৰ চুৰিকাণ্ড: শ্ব’ৰূমৰ দেৱাল কাটি ২৫ কোটি টকাৰ অলংকাৰ লুট

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Bhabanipur :ভৱানীপুৰৰ হলংবাৰীত ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদৰ আত্মবলিদান দিৱসত লুৰীণজ্যোতি গগৈ

"দিল্লীয়ে 'কা' জাপি দিয়া অন্যায়ক অসমৰ শাসক ৰাজনীতিকে ৰাজনৈতিক স্বাৰ্থৰ বাবে সহযোগিতা আগবঢ়াইছে"

publisher by publisher
December 12, 2022
in India, Assam, News
Reading Time: 3 mins read
0
Bhabanipur :ভৱানীপুৰৰ হলংবাৰীত ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদৰ আত্মবলিদান দিৱসত লুৰীণজ্যোতি গগৈ
1
SHARES
8
VIEWS
ShareShareShareShare

Bhabanipur :

“আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এটা বিশেষ দিন। অসমক অতি অন্যায় কৰি দিল্লীয়ে ‘কা’ জাপি দিয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত জাতীয় গণ উত্থান হৈছিল আৰু এই সংগ্ৰামত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল পাঁচগৰাকীকৈ বীৰ শ্বহীদ ভৱানীপুৰৰ হলংবাৰী গাঁৱৰ আব্দুল আলিম, ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, বিজেন্দ্ৰ পাংগিং আৰু ঈশ্বৰ নায়কে।

ADVERTISEMENT

অসমৰ পাঁচ গৰাকী বীৰ সন্তানে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে জাতিৰ সুৰক্ষিত ভবিষ্যতৰ বাবে। অসমত অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনৰ গোটেই সমস্যাটোৰ সমাধানৰ স্বাৰ্থত ৭১ৰ পিছত সাম্প্ৰদায়িক দৃষ্টিৰে দিল্লীয়ে, বিজেপি চৰকাৰে হিন্দু-মুছলমানৰ ৰাজনীতি কৰি, বিদেশীক হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিবৰ কাৰণে যি কূট কৌশল আৰু ষড়যন্ত্ৰ কৰিছে ইয়াৰ বাবে অসম আৰু অসমীয়া জাতিক বচাবলৈ গৈ পাঁচগৰাকীয়ে আত্মবলিদান দিলে।

RelatedPosts

Cattle Theft :বিলাসী বাহনেৰে গৰু চুৰি !

Bhabanipur:’বীৰনাম’ৰ ছন্দে-ছন্দে, সত্ৰীয়া সংস্কৃতিৰ চমকপ্ৰদতাৰে সামৰণি পৰিল কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ-বীৰনাম সমাৰোহ

kalbari Sri Sri Ramsaran Ata Satra :কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ লাইখুটা স্থাপন

আজিৰ দিনটোত অসম জাতীয় পৰিষদে আত্মবলিদান দিৱসৰূপে পালন কৰি আহিছে। তেওঁলোকৰ আত্মবলিদানে প্ৰমাণ কৰি দিলে যে অসমৰ জনগণক দিল্লীয়ে কৰা যিটো অন্যায় আৰু দিল্লীয়ে ‘কা’ জাপি দিয়া অন্যায়ক অসমৰ শাসক ৰাজনীতিকে ৰাজনৈতিক স্বাৰ্থৰ বাবে সহযোগিতা আগবঢ়াইছে।” এইদৰে কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি ভৱানীপুৰৰ হলংবাৰী বজাৰত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত আত্মবলিদান দিৱসত সংবাদ মাধ্যমৰ আগত।

উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদক সুৱৰি আজি শ্বহীদ আব্দুল আলিমৰ জন্মভূমি হলংবাৰী গাঁৱৰ বজাৰত অসম জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰে আত্মবলিদান দিৱস।

লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে-” অসমৰ ৰাইজে ভালদৰে জানে যে ‘কা’ এখন জাতিধ্বংসী, সাম্প্ৰদায়িক, ভাৰতবৰ্ষৰ সংবিধান বিৰোধী আৰু এটা বিশেষ ৰাজনৈতিক লক্ষ্য – উদ্দেশ্য আগত ৰাখি জাপি দিয়া আইন। এই আইখনে অসমৰ মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণাৰ সৃষ্টি কৰিছে আৰু অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াবহতা, জটিলতা অধিক বৃদ্ধি কৰিছে।

‘কা’ জাপি দিয়াৰ ফলত অসম চুক্তি সম্পূৰ্ণ নস্যাত হৈছে। অসম চুক্তিৰ আত্মাটোক হত্যা কৰিছে। অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক দ্বিতীয়বাৰৰ বাবে হত্যা কৰা হৈছে। পাঁচগৰাকী যুৱকক হত্যা কৰিছে। গতিকে অসমৰ ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে অসমৰ সকলো জাতি-জনজাতি, আছু, যুৱ ছাত্ৰ পৰিষদৰ লগতে প্ৰতিটো জাতীয়, জনগোষ্ঠীয় দল-সংগঠণে ‘কা’ বাতিল বাবে ওলাই আহিব লাগিব।

আজিৰ আত্মবলিদানৰ পবিত্ৰ দিনটোত শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাকৰিৰ পৰা চৰকাৰলৈ আহ্বান জনাইছোঁ যে – ভাৰতবৰ্ষৰ আইন, সংবিধানক শ্ৰদ্ধা কৰি পাঁচগৰাকী শ্বহীদ হোৱা ব্যক্তিৰ সম্পূৰ্ণ তদন্ত আৰু তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে।

তদন্ত নিৰপেক্ষ, আইনৰ গণ্ডীত হ’ব লাগে। কোনো ধৰণৰ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে আৰু জনতাৰ আন্দোলনক অৱদমন কৰি এই আন্দোলনক এটা বেলেগ দৃষ্টিভংগীৰে মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে চৰকাৰে যাতে অপচেষ্টা নকৰে, তাৰবাবে চৰকাৰক দাবী উত্থাপন কৰিছোঁ। চৰকাৰে পাঁচগৰাকী যুৱকৰ হত্যকাৰীক কঠোৰতম শাস্তি দিয়ক, পাঁচগৰাকী শ্বহীদ পৰিয়ালৰ দায়িত্ব লওক।

আজি আব্দুল আলিমৰ জন্মভূমিৰ শ্বহীদবেদীৰ কাষত থিয় হৈ আমি পুনৰবাৰ ঘোষণা কৰিছোঁ – অসমৰ জনসাধাৰণে ‘কা’ কেতিয়াও মানি লোৱা নাছিল আৰু মানি নলয়। ‘কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব “। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনাৰে লুৰীণজ্যোতি গগৈয়ে কয় যে – “মুখ্যমন্ত্ৰীয়ে আন্দোলন সন্দৰ্ভত গণতন্ত্ৰ বা গণতান্ত্ৰিক দেশ এখনত বসবাস কৰা মানুহৰ প্ৰতি চূড়ান্ত শ্লেষাত্মক বক্তব্য ৰাখিছে।

কাৰণ এইখন গণতন্ত্ৰত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰিবলৈ মানুহৰ সাংবিধানিক অধিকাৰ আছে। নিজৰ মত প্ৰকাশৰ, অন্যায়ৰ বিৰুদ্ধে মাত মাতি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে আন্দোলন সন্দৰ্ভত যি ধৰণৰ মন্তব্য কৰি আছে, ইয়াৰ যোগেদি গণতান্ত্ৰিক কণ্ঠ, গণতান্ত্ৰিক আন্দোলনক দমন কৰিবৰ কাৰণে তেনেধৰণৰ মন্তব্য দি আহিছে।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ দুৰ্বলতা,ব্যৰ্থতা,বিফলতা, তেওঁৰ দিনত উন্নয়ন নোহোৱা আদিবোৰ ঢাকিবৰ বাবে মানুহক ভয় খুৱাবলৈ, বিভ্ৰান্ত কৰিবৰ বাবে আন্দোলন সন্দৰ্ভত তীৰ্যক মন্তব্য কৰি আছে। কিন্তু অন্যায় হ’লে আন্দোলন হ’বয়েই। গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক অধিকাৰ, সংগ্ৰাম বা আন্দোলনক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে।

গণতান্ত্ৰিক কণ্ঠক ভয়-ভাবুকি, পুলিচ-মিলিটেৰীৰ গুলী এইবোৰেৰে কেতিয়াও ধৰি ৰাখিব নোৱাৰে। এনেকুৱা অন্যায়, অবিচাৰ, আইনবহিৰ্ভূত কাম, স্বৈৰাতান্ত্ৰিক, ফেচিষ্ট মানসিকতাৰ বিৰুদ্ধে জনতা ঐক্যবদ্ধ হ’ব। আন্দোলনত জপিয়াই পৰিব”।

উল্লেখ্য যে আজি হলংবাৰীৰ বজাৰত অনুষ্ঠিত ‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন,পূস্পাঞ্জলি প্ৰদান কৰে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ শ্বহীদ আব্দুল আলিমৰ পিতৃ লাল মামুদ, মাতৃ আবিদা খাটুন, ভগ্নী বিউটি ইয়াছমিন, চিপিআইএম নেতা চিত্তৰঞ্জন দাসৰ লগতে ৰাইজে।

ইয়াৰ পিছতে অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰিন্স ফাইজুৰ হকে আত ধৰা সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিজেপি দল, বিজেপিৰ নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনাৰে বক্তৃতা প্ৰদান কৰাৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকন, কাৰ্যনিৰ্বাহক সদস্য মাণিক বড়ো, বজালী জিলা সমিতিৰ সভাপতি দিলীপ দাস, সাধাৰণ সম্পাদক হৰিধন লহকৰ, ভৱানীপুৰ সমষ্টি সমিতিৰ সভাপতি নৱ কলিতা, যুৱ শক্তি পৰিষদৰ সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইন, সম্পাদক কংকন নাথ, তথ্য আৰু প্ৰযুক্তি সম্পাদক দেৱজিৎ ভড়ালীৰ লগতে কেবাগৰাকীও দলৰ নেতা উপস্থিত থাকে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Against CaaBhabanipurShaheed Diwas
publisher

publisher

Related Posts

Cattle Thief Arrested In Rangalu:চুইফ্ট ডিজায়াৰত অহা গৰু চোৰক ৰাইজৰ পহু খেদা
Assam

September 27, 2023
Dhubri Police Station Fire:সদৰ থানাত অগ্নিকাণ্ড

Jalukbari Police :ৰেডিছন ব্লুত বিহুক বিকৃতকৰণ

Ulfa (I) Cadre Surrenders:মুল সূতিলৈ উভতিল আলফা (স্বাঃ)ৰ দুধৰ্ষ কেডাৰৰ

Cbi Team In Manipur:অশান্ত জৰ্জড়িত মণিপুৰত উপস্থিত চি বি আইৰ  দল
India

Cbi Team In Manipur:অশান্ত জৰ্জড়িত মণিপুৰত উপস্থিত চি বি আইৰ  দল

September 27, 2023
Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ
Assam

Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ

September 27, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: