passport  : বিদেশ যাত্ৰীৰ বাবে সুখবৰ, আবেদনৰ পৰা তিনিদিনতে লাভ কৰিব পাৰপত্ৰ

Tourist visa India

passport :

জৰুৰী পৰিস্থিতিত বিদেশ যাত্ৰাৰ ক্ষেত্ৰত পাৰপত্ৰৰ বাবে অধিক সময় অপেক্ষা কৰিব নালাগিব।

ADVERTISEMENT

আবেদনৰ পৰা তিনিদিনৰ ভিতৰতে লাভ কৰিব পাৰপত্ৰ৷ বৰ্তমানে ভাৰতত এখন পাৰপত্ৰ লাভ কৰাৰ বাবে ছয়ৰ পৰা সাতদিন সময়ৰ প্ৰয়োজন হয়।

ইয়াৰ ফলত জৰুৰীকালীন বিদেশ যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে দেশবাসী। কিন্তু এতিয়াৰে পৰা পাৰপত্ৰ তিনিদিনৰ ভিতৰতে আবেদনকাৰীক প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ উদ্যোগ গ্ৰহণ কৰিছে পাৰপত্ৰ কার্যালয়ে।

Exit mobile version