Horoscope : দিনটোৰ ৰাশিফল

16503614614344

Horoscope :

মেষঃ ব্যস্ততা বৃদ্ধিৰ বাবে সাজু হৈ থাকিব । বিশেষ কোনো কাৰণত যোগাযোগৰ দৰকাৰ হ’ব পাৰে । বন্ধুৰ পৰা সাৱধান । বাকী দিশত দুশ্চিন্তা নাই । বিদ্যাত শুভ, শুভ সংখ্যা ৮ ।

বৃষঃ পাৰিবাৰিক মাতৃ-পিতৃৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা । কাৰ্যক্ষেত্ৰত নিজৰ দায়িত্ব বৃদ্ধি পাব । নতুন আশাৰে আনৰ লগত কথা পাতি আনন্দ পাব । শুভ ৰং বগা, শুভ সংখ্যা ৬ ।

মিথুনঃ দুষ্ট চক্ৰ ধন হানি হোৱাৰ যোগ । অধিক কৰ্মৰ বোজা পৰিলেও কিছু নিয়ন্ত্ৰণ কৰক । বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ বজাই ৰাখক । বাহ্যিক কথাত কিছু মানসিক অস্থিৰতা । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১ ।

কৰ্কটঃ সামূহিক দৃষ্টি উন্নত দেখা নাযায় । কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বাধা পাব । পেটৰ সামান্য আমনি । ধনপ্ৰাপ্তিৰ সম্ভাৱনা । ভ্ৰমণ যোগ । শুভ ৰং মাটিয়া, শুভ সংখ্যা ৭ ।

সিংহঃ নিজ কৰ্মত মনোযোগ দিয়ক । সামগ্ৰিক দিশত ভালেৰেই পাৰ হ’ব । ধন প্ৰাপ্তিৰ সম্ভাৱনা কৰ্মস্থানত নতুন দায়িত্ব বৃদ্ধি পাব । যোগ্যজন পুৰষ্কৃত হোৱাৰ যোগ । শুভ ৰং কমলা, শুভ সংখ্যা ৪ ।

কন্যাঃ আৰ্থিক উন্নতিৰ মৃদু আভাষ । ঘৰুৱা পৰিৱেশ শুভ । বন্ধুবৰ্গ বা কোনো আত্মীয়ৰ লগত লেনদেন নকৰা ভাল । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ।

তুলাঃ আজিৰ দিনটো মোটামুটি বেয়া বোলা নাযায় । দৈহিক সুখ বৃদ্ধি কালকা । কৰ্মক্ষেত্ৰত খ্যাতি লাভ কৰিব । ব্যৱসায়ত মনোবল অটুট ৰাখিব । দাম্পত্যত অশান্তি । শুভ ৰং বগা, শুভ সংখ্যা ৪ ।

বৃশ্চিকঃ আৰ্থিক কামত আপোনাৰ ভালেই দেখা যায় । কিন্তু মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে । বিদ্যাত বেছি জটিলতা নাই । কৰ্মত নতুন যোগাযোগ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪ ।

ধনুঃ দিনৰ সাত বজাৰ পৰা ব্যক্তিগত উদ্দেশ্যত ব্যস্ত হৈ পৰিব, অনাহক সমস্যাক লৈ সময় নষ্ট নকৰিব । আৱেগক খুব কম স্থান দিয়ক । জাতি কুটুম্বৰ লগত সুখ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ।

মকৰঃ দিনটো মধ্যম বুলি ধৰিব পাৰে । যোগাযোগৰ ইচ্ছুক সফলতা । পিতৃ-মাতৃৰ তথা দম্পতীৰ ফালৰ পৰা মধ্যম । নতুন কামৰ সন্ধানত যোগাত্মক ফল । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

কুম্ভঃ মন প্ৰায় ভাল থাকিব । বিদ্যাত যত্ন লাগিব । প্ৰাপ্তিৰ সামান্য আশা । বাহিৰা কামৰ বাবে সাময়িক বাধা । ৰাজনীতিবিদৰ সুযশ । শৰীৰ মধ্যম । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫ ।

মীনঃ পাৰিবাৰিক উন্নতিৰ কাৰণে চেষ্টা ৰাখক । মধ্যম দিনৰ ফল লাভ কৰিব । পিছবেলা কাৰ্যকৰী দিশত আনন্দ । ব্যৱসায়ত মজলীয়া ফল পাব । প্ৰেমত মধ্যম । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮ ।

Exit mobile version