Guwahati : বশিষ্ঠত ভয়ংকৰ দুৰ্ঘটনা

Guwahati :

বশিষ্ঠত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা

৫০ফুট তললৈ বাগৰি পৰিল এখন বাহন ।

গাড়ীখনত আছিল সুৰাসক্ত এটা যুৱক-যুৱতীৰ দল ।

আহত সকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ।

Exit mobile version