Silchar : শিলচৰ আই এছ বি টি বাছত উদ্ধাৰ মাৰাণাস্ত্ৰ

a8ea9e2a 72b7 48b7 a5c0 6d45c2bbcf96

Silchar :

সদাব্যস্ত শিলচৰৰ বাছৰ ভিতৰত উদ্ধাৰ মাৰাণাস্ত্ৰ ৷ আই এছ বি টি বাছ আস্থানত ৰৈ থকা এখন বাছৰ ভিতৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই এটা বেগৰ পৰা উদ্ধাৰ কৰে পইন্ট টু টু দুটা পিষ্টল আৰু কে’বাজাই সক্ৰিয় গুলী ৷

বাছ খন আহিছিল ত্ৰিপুৰাৰ ধৰ্মপুৰৰ পৰা ৷ ২৫-২৬ চিটৰ তলত থকা এটা বেগৰ পৰা উদ্ধাৰ গুলী সহ পিষ্টল দুটা ৷ইতিমধ্যে শিলচৰ আৰক্ষীয়ে বেগটোৰ গৰাকীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version