Dergaon : দেৰগাঁৱত আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ প্ৰতীক অনশন কায্যসূচী ৰূপায়ন

Dergaon :

দেৰগাঁৱৰ বিদুৎ বিভাগৰ কায্যালয়ত আজি আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ দেৰগাঁও শাখাৰ কৰ্মচাৰীৰ সকলে ছঘন্টীয়া প্ৰতীক অনশন কায্যসূচী ৰূপায়ন কৰে ।

আসাম পাৱাৰ ৱ’কাৰ্চ কৰ্মচাৰী সকলৰ বিভিন্ন ধৰনৰ সমস্যা সমাধানৰ দাবীত এই কায্যসূচী ৰূপায়ন কৰে । যদি বিদুৎ বিভাগে অস্থায়ী কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধান নকৰে তেন্তে ২৭ ডিচেম্বৰ ২৪ ঘন্টীয়া কৰ্ম বিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Exit mobile version