Kaliabor:কলিয়াবৰৰ বৰুৱাচুকত গাড়ীৰ খুন্দাত মৃত্যু পহুৰ

WhatsApp Image 2022 12 29 at 14.20.40

Kaliabor:

নগাঁও জিলাৰ কলিয়াবৰৰ বৰুৱাচুকত অঘটন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা পহু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ গৈ গাড়ীৰ খুন্দাত থিতাতে মৃত্যু হয় এটা শৰপহু ৷

ইতিমধ্যে ঘটনাস্থলীত জখলাবন্ধা খণ্ড বনকৰ্মী উপস্থিত হৈ মৃত পহুটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কাজিৰঙাৰ সমীপস্থ বৰুৱাচুকত এনেদৰে ৰাষ্টা পাৰ হ’বলৈ গৈ মৃত্যুমুখত পৰিছিল কে’বাটাও পহু

Exit mobile version