Horoscope: দিনটোৰ ৰাশিফল

e17f30d9 7cc2 4457 a329 ab539e879583

Horoscope:

মেঘ : আৰ্থিক দিশত বেছি বাধা নাপাব ৷ দৈহিক দিশত বিষ -বেদনা থাকিব ৷ প্ৰেম প্ৰণয়ত সাৱধান ৷

বৃষ: কৰ্মক্ষেত্ৰতো সৰু- সুৰা বাধা আহিব পাৰে ,দিনটোত আাৰ্থিক সমস্যা থাকিব ৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক ৷

মিথুন : শৰীৰ প্ৰায় অনুকুলমুখী ৷ বিদ্যাত যত্নৱান হওক,অযথা কামত সময় নষ্ট নকৰাই ভাল ৷ আাৰ্থিক শুভ ফল পাব ,ব্যৱসায়ত মধ্যম উন্নতি ৷ সন্তান সম্ভাৱনা মহিলাসকল সাৱধান থাকিব ৷

কৰ্কট : আৰ্থিক ধন হাতলৈ আহিলেও পৰ্যাপ্ত নহ’ব। কৰ্মক্ষেত্ৰত শুভ ফল পাব ৷ শৰীৰ আৰু পৰিৱেশ কিছু প্ৰতিকুল থাকিব ৷

সিংহ : আাৰ্থিক বাধা নাপাব ,শাৰীৰিক দিশত জ্বৰ,কাহ,পেটৰ অসুখত ভুগিব পাৰে, ব্যৱসায়ত শুভ ফল পাব ৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক ৷

কন্যা : দিনটো উন্নত হ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে ৷ আগন্তুকৰ বাবে দুচিন্তা নকৰাই ভাল ৷ দাম্পত্যত শুভ ৷

তুলা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব ৷ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব ৷ প্ৰেমত বাধা ৷ ঘৰুৱা শুভ ৷

বৃশ্চিক : পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায় ৷ ভ্ৰমণ কৰিব পাৰে ৷ পৰাপক্ষত স্পষ্টবাদী হ’বলৈ চেষ্টা কৰক ৷ প্ৰেমত শুভ ৷

ধনু : ব্যৱসায়ত মধ্যম ৷ শাৰীৰিক দিশত দুৰ্বলতা থাকিব ৷ সন্তানৰ শুভ ৷ প্ৰেমত অস্থিৰতা থাকিব, দাম্পত্যত মধ্যম ৷

মকৰ : কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব ৷ আৰ্থিকত বেয়া নহ’ব ৷ প্ৰেম- প্ৰীতিত আন্তৰিকতা ৷

কুম্ভ : দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব ৷ ব্যৱসায়ত মধ্যম ৷ দাম্পত্যত মতানৈক্য সৃষ্টি ৷ বিদ্যাত শুভ ৷

মীন : ঘৰুৱা পৰিবেশ অনুকুল ৷ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব ৷ শৰীৰ বেয়া নাযাব ৷ প্ৰেমত শুভ ৷

Exit mobile version