Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

    Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

    Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Road Safety Week :পথ-সুৰক্ষা সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ 

ৰাজ্যত মদৰ বটলত অচিৰেই ওলমিব “গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব” শীৰ্ষক ষ্টিকাৰ,ব্যাপক কাৰ্যসূচীৰে আৰম্ভ “পথ-সুৰক্ষা সপ্তাহ”

publisher by publisher
January 11, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Road Safety Week :পথ-সুৰক্ষা সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ 
3
SHARES
31
VIEWS
ShareShareShareShare

Road Safety Week :

 “জীৱন ঘটনামুক্ত হ’ব নোৱাৰে, জীৱনত ঘটনাই ঘটনা ৷ কিন্তু ঘটনাবোৰ যাতে দুৰ্ঘটনা নহয়, জীৱনক যাতে ৰাষ্টাৰ দুৰ্ঘটনাৰ পৰা আতৰাই ৰাখিব পাৰি তাৰ বাবে আমি প্ৰত্যেকেই চেষ্টা চলাব লাগিব ৷

ADVERTISEMENT

সন্তানক বাইক কিনি দিয়া অভিভাৱকেই হেলমেটো কিনি দিব লাগিব, ভাল ৰিজাল্ট কৰি স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্টাত দুচকীয়া বাহন চলাওঁতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিও শিক্ষিতৰ পৰিচয় দেখুৱাব পাৰিব লাগিব, গাড়ীখনে কিমান উপাৰ্জন কৰিছে তাৰ খবৰ ৰখাৰ লগতে অত্যাধিক যাত্ৰী অথবা সামগ্ৰী কঢ়িয়াইছে নেকি তাৰো খবৰ ৰাখিব লাগিব গাড়ীৰ মালিকে ৷

RelatedPosts

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

G20 Meet Begins At Guwahati:ৰেডিছন ব্লু’ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Dispur : মহানগৰীৰ দিছপুৰ বিধায়ক কলনিৰ সমীপত অঘটন !

কিয়নো পথ-সুৰক্ষাৰ বিষয়টো আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব। পৰিবহন বিভাগে অকলে একো কৰিব নোৱাৰে। মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সকলোৱ দায়বদ্ধ হ’ব লাগিব ”- এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

উল্লেখ্য যে, ভাৰতৰ পথ-পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনাত অসমত পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা ১৭জানুৱাৰীলৈ আৰম্ভ হোৱা পথ-সুৰক্ষা সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ পৰিবহণ মন্ত্ৰীগৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।

এই উপলক্ষে আজি মহানগৰীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে পৰিবহন বিষয়া সকলক উদ্দেশ্যি কয় যে নিয়ম ভাঙি অধিক সামগ্ৰী কঢ়িওৱা, বেছি স্পীডত গাড়ী চলোৱা কাকো এৰি নিদিব।

লাগিলে নীতিনিয়মৰ মাজত থাকি ব্যৱসায় কৰিব নোৱাৰিলে যানবাহনৰ গৰাকীয়ে গাড়ী বিক্ৰী কৰি দিয়ক। ইফালে যান-বাহনৰ বিভিন্ন সন্থাৰ অধীনৰ চালক, গাড়ীৰ গৰাকীক যান-বাহনৰ নিয়ম নীতি শিকাবলৈ কৰ্মশালাৰ আয়োজন কৰিবলৈ তেওঁ জিলা পৰিবহণ বিষয়া সকলক নিৰ্দেশ দিয়ে।

আনহাতে আবকাৰী বিভাগৰো দায়িত্ববাহী মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো সুৰাৰ বটলত শীঘ্ৰেই সকলোৱে দেখাকৈ “গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব” শীৰ্ষক ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা কৰিবলৈও বিভাগৰ প্ৰধান সচিবক নিৰ্দেশ দিয়ে। অনুষ্ঠানৰ আৰম্ভণীতে আদৰণি ভাষণ আগবঢ়াই পৰিবহণ বিভাগৰ আয়ুক্ত -সচিব আদিল খানে তীব্রগতি, সুৰাপাণ আদিয়েই পথ-দুৰ্ঘটনাৰ মূল কাৰণ বুলি মন্তব্য কৰি অনাগত দিনত পথ-সুৰক্ষাক জন-অভিযানলৈ ৰূপান্তৰিত কৰাৰ পোষকতা কৰে ।

পৰিবহণ বিভাগে আগন্তুক দিনত অত্যাধুনিক মেচিনাৰী সা সৰঞ্জামেৰে যানবাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধে ল’বলগীয়া ব্যৱস্থাৰ কথা উল্লেখ কৰাৰ উপৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ৰাজ্যিক পথ সুৰক্ষা সমিতিয়ে পথসুৰক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কামৰ খতিয়ান ডাঙি ধৰে ৷

অনুষ্ঠানটোত উপস্থিত থাকি লোকনিৰ্মান বিভাগৰ বিশেষ সচিব দেবজিৎ ভূঞা, স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক কৃষ্ণা কেম্প্ৰাই , মহানগৰ আৰক্ষীৰ উপ- আৰক্ষী আয়ুক্ত মৌচুমী কলিতায়ো পথসুৰক্ষাৰ ক্ষেত্ৰত নিজ নিজ বিভাগসমূহৰ পৰা হাতত লোৱা বিভিন্ন পদক্ষেপ সন্দৰ্ভত বক্তব্য আগবঢ়াই।

বিভিন্ন দুৰ্ঘটনাগ্ৰস্ত অঞ্চলত যিকোনো সময়ত সংঘটিত দুৰ্ঘটনাগ্ৰস্তক স্বইচ্ছাই আগবাঢ়ি আহি সহায় কৰা লোকৰ মাজৰ পৰা ৩গৰাকী “পথ-সুৰক্ষা মিত্ৰ” বাচনি কৰি স্বাস্থ্য আৰু দুৰ্যোগ বিভাগৰ সহযোগত প্ৰশিক্ষণ দি আজিৰ অনুষ্ঠানত অত্যাধুনিক সা-সৰঞ্জামযুক্ত কীট বিতৰণ কৰা হয়।

ইফালে দুৰ্ঘটনাগ্ৰস্থ লোকক সহায় কৰি জীৱন দান কৰা দুগৰাকী ব্যক্তি ক্ৰমে পাৰ্থজ্যোতি বৰুৱা আৰু মানসজ্যোতি গগৈক “গুদ চামাৰটেৰিয়ান” আইনৰ অধীনত ৰাজ্যিক পথসুৰক্ষা সমিতিৰ তৰফৰ পৰা পাঁচহাজাৰ টকাকৈ উদগনিমূলক বটা আগবঢ়াই পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

সুৰাপান কৰি গাড়ী চলোৱা চালকক তাৎক্ষণিকভাৱে অত্যাধুনিক মেচিনেৰে চিনাক্তকৰনৰ বাবে অতিৰিক্ত আৰক্ষী আয়ুক্ত মৌচুমী কলিতাৰ হাতত তিনিটা “ব্ৰেত এনালাইজাৰ” প্ৰদান কৰা হয়। একেদৰে মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসক এটা পাব্লিক এনাউঞ্চ চিচটেম প্ৰদান কৰা হয়।

অনুষ্ঠানৰ শেষত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সভাত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা সজাগতাক সমাজৰ সৰ্বস্তৰৰ মাজলৈ আগবঢ়াই নি ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ ৰাইজে সহাৰি আগবঢ়োৱাত যোৱা ৩১ ডিচেম্বৰত পূৰ্বতকৈ বহুগুণে কম দুৰ্ঘটনা সংঘটিত হোৱা বুলি কয় ।

সেয়ে অনাগত দিনত ৰাষ্ট্ৰীয় পথ নিৰ্মানকাৰী সংস্থা, লোকনিৰ্মাণ, শিক্ষা, স্বাস্থ্য, আৰক্ষী, এনফৰ্চমেন্ট সকলো একলগ হৈ কাম কৰিলে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তবায়িত কৰিব পৰা যাব বুলি যোগাত্মক বক্তব্য আগবঢ়াই সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি অনাগত দিনত সমাজৰ সৰ্বস্তৰৰ ৰাইজক স্বতঃস্ফূৰ্তভাৱে সহযোগিতা আগবঢ়াই পথসুৰক্ষাক সকলোৱে জীৱনৰ অন্যতম ব্ৰত হিচাপে ল’বলৈ অনুৰোধ জনায়।

সহকাৰী পৰিবহণ আয়ুক্ত চৈয়দ ৰফিকুল মান্নান আৰু জিলা পৰিবহণ বিষয়া দীপাঞ্জলি বৰাই আঁত ধৰা অনুষ্ঠানটোত কন্ঠশিল্পী মৌচুমী পৰাশৰে গুৰু বন্দনা পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়ায়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: GuwahatiRoad Safety WeekTRANSPORT DEPT.Transport Minister Parimalsukla Baidya
publisher

publisher

Related Posts

Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !
India

February 3, 2023
Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে
Assam

Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

February 3, 2023
Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল
Assam

Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

February 3, 2023
G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
Assam

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

February 3, 2023
Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত
Assam

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

February 3, 2023
Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

February 3, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: