Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News International

vetican: এজনো মুছলমান নথকা দেশখন !

publisher by publisher
January 11, 2023
in News, International
Reading Time: 3 mins read
0
vetican: এজনো মুছলমান নথকা দেশখন !
2
SHARES
16
VIEWS
ShareShareShareShare

vetican:

এজনো মুছলমানলোক নথকা দেশ কোন খন বুলি ক’লে  আপুনি মুহূৰ্ততে উত্তৰ দিয়াটো কঠিন ৷

ADVERTISEMENT

প্ৰকৃততে এজনো মুছলমান নথকা দেশখনে হৈছে বিশ্বৰ অতি ক্ষুদ্ৰ দেশ ভেটিকান চিটি ৷ দেশখন ইটালীৰ ৰাজধানী ৰোমৰ ভিতৰত অৱস্থিত।

RelatedPosts

Air Port : বিশ্বত এতিয়াও এনে কে’খনমান দেশ আছে

Narendra Modi : চাৰিটা কাৰণত দেওবাৰে ৰোমত প্রধানমন্ত্রী মোদীৰ জলবায়ু পৰিৱর্তন বক্তব্য গুৰুত্বপূর্ণ

Pope Francis: ভেটিকানত গৈ পোপৰ স’তে সাক্ষাৎ মোদীৰ,দিলে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ

WhatsApp Image 2023 01 11 at 20.37.59এই ক্ষুদ্ৰ দেশ খনত নাই এজনো ইছলামধৰ্মী লোক ৷ আচলতে এই দেশখন নিয়ন্ত্ৰণ কৰে খ্ৰীষ্টান ধৰ্মগুৰু পোপে ৷ ইয়াত খ্ৰীষ্টান ধৰ্মীয় নেতা সকলে বসবাস কৰে ৷ যাৰ বাবে ইয়াত এজনো মুছলমান ব্যক্তি ইয়াত বাস নকৰে।

উল্লেখ্য যে ভেটিকান চিটি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ। এই দেশ মাত্ৰ ৪৪ হেক্টৰ অৰ্থাৎ প্ৰায় ১০৮ একৰৰ। মুঠ জনসংখ্যা প্ৰায় এক সহস্ৰাধিক ৷

দেশখন আছে ইটালীৰ ৰাজধানী ৰোমত । ১৯২৯ চনত ভেটিকান চিটিক ইটালীয়ে দেশৰ মৰ্যাদা প্ৰদান কৰিছিল। ৰোম চহৰত থকা ক্ষুদ্ৰ দেশখনৰ ভাষা হৈছে লেটিন।

WhatsApp Image 2023 01 11 at 20.40.20ভেটিকান চিটি জনসংখ্যা বিশ্বৰ ভিতৰত সৰ্বনিম্ন ৷ তথাপিও ইয়াত আন দেশৰ দৰে বহুতো সুবিধা আছে । এই দেশৰ মানুহে সহজে ইটালীৰ ভাষা বুজিব আৰু ক’ব পাৰে।

এই সৰু ঠাইখনক এখন দেশ হিচাপে গঢ়ি তোলাৰ দাবী উত্থাপিত হৈছিল কাৰণ ইয়াত এটা ৰোমান কেথলিক গীৰ্জা আছে। আনকি এই ধৰ্মৰ আটাইতকৈ শীৰ্ষ ধৰ্মীয় নেতাসকলো ইয়াত থাকে ।

কেথলিক গীৰ্জাৰ পোপক যীচু খ্ৰীষ্টৰ প্ৰতিনিধি বুলি কোৱা হয়, সেয়েহে তেওঁৰ অনুগামীসকলে বিচাৰিছিল যে ধৰ্মীয় নেতাসকল কাৰো অধীন হৈ নাথাকিব ৷

যাৰ বাবে ১৯২৯ চনত ৰোমান কেথলিক গীৰ্জা আৰু ইটালীৰ মাজত এক চুক্তি তৈয়াৰ কৰা হৈছিল ৷ তাৰ পিছতে এই দেশখন গঠন কৰা হৈছিল।

WhatsApp Image 2023 01 11 at 20.37.58ভেটিকান চিটিৰ এলেকা অতি সৰু হ’ব পাৰে কিন্তু ইয়াত আছে এটা ৰেল ষ্টেচন। আছে নিজা মুদ্ৰাও ৷ অৱশ্যে ইয়াত ইটালীৰ মুদ্ৰাও প্ৰচলন হয় ৷ আনহাতে ইটালীতো ভেটিকানৰ মুদ্ৰা প্ৰচলন হয়।

আনহাতে ভেটিকান চিটিৰ আছে নিজা ৰেডিঅ’ ষ্টেচন আৰু ডাক বিভাগ ৷ কেৱল এয়াই নহয় ভেটিকান চিটিৰ নিজা পতাকাও আছে।

ভেটিকান চিটিৰ নিৰাপত্তাৰ বাবে আছে এটা আৰক্ষী বাহিনী। একেদৰে ভেটিকান চিটিয়ে তেওঁলোকৰ দেশৰ লোকসকলৰ বাবে পাছপৰ্টো জাৰী কৰে।

উল্লেখ্য যে ,বিশ্বৰ আন দেশৰ দৰে ভেটিকান চিটিত নাই কোনো গণতান্ত্ৰিক ব্যৱস্থা । অৰ্থাৎ, ইয়াত কোনো নিৰ্বাচন নহয় বা  কোনো ৰাজহুৱা প্ৰতিনিধি নাই ।

সহজ অৰ্থত ক’বলৈ ইয়াত ৰাজতন্ত্ৰ ব্যৱস্থা আছে ৷ যাৰ ৰজা কেথলিক গীৰ্জাৰ পোপ। ভেটিকানবাসীৰ বাবে যি সিদ্ধান্ত লোৱা হয় সেয়া পোপে লয়।

ভেটিকানৰ পোপক দৰ্শন কৰিবলৈ বিভিন্ন দেশৰ পৰা প্ৰতিদিনে আহে লক্ষাধিক খ্ৰীষ্টান ধৰ্মী লোক ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Pope FrancisRomeSmall CountryVatican City
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: