App Protest in Bijuli Bhawan : মহানগৰীৰ বিজুলী ভৱনৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আপৰ উত্তাল প্ৰতিবাদ

Bijulee Bhawan Electricity board in Guwahati 3

App Protest in Bijuli Bhawan :

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে শেহতীয়াকৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিজুলী ভৱন উত্তাল কৰিলে আম আদমী পাৰ্টিয়ে ৷

মহানগৰীৰ পল্টনবজাৰ স্থিত বিজুলী ভৱনত শতাধিক আপৰ নেতা-কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

উল্লেখ্য যে প্ৰতিবাদী শ্ল’গান দি থকাৰ সময়তে প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে৷ প্ৰতিবাদকাৰীক ঠেলি-হেচি বাছৰ ভিতৰলৈ টানি লৈ যায় আৰক্ষীয়ে ৷

Exit mobile version