Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Ashok Singhal:মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ

অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

publisher by publisher
January 12, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Ashok Singhal:মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ
1
SHARES
6
VIEWS
ShareShareShareShare

Ashok Singhal:

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ এক সম্প্ৰসাৰিত অংশ হিচাপে পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন কাম-কাজৰ বিতং পৰ্যালোচনা কৰে ৷

ADVERTISEMENT

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা প্ৰমুখ্যে প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়ববীয়াসকল তথা কৰ্তব্যত নিয়োজিত আৰ্কিটেক্ট আৰু ঠিকাদাৰসকলৰ সৈতে হোৱা এই বৈঠকত তেওঁ প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ দূৰ কৰাৰ লগতে ইয়াৰ খৰতকীয়া ৰূপায়ণৰ বাবে সংশ্লিষ্টসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ৷

RelatedPosts

Dispur : মহানগৰীৰ দিছপুৰ বিধায়ক কলনিৰ সমীপত অঘটন !

 Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

WhatsApp Image 2023 01 12 at 5.33.22 PMউল্লেখযোগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে প্ৰায় ৩৪ কোটি টকা পুঁজিৰে হাতত লোৱা এই প্ৰকল্পৰ জৰিয়তে আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদক মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সৈতে সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

এই চৌহদত বৰ্তমানে থকা পদুম পুখুৰী এলেকাৰ উন্নয়ন আৰু ব্ৰহ্মপুত্ৰ নদীপাৰ এলেকাৰ সৌন্দৰ্যবৰ্ধনৰ লগতে সমগ্ৰ এলেকাটোৰ চাৰিওফালে লেণ্ডস্কেপিং ক’ৰ্ট আৰু খোজকঢ়া পথৰ নিৰ্মাণৰ কামো এই প্ৰকল্পত সামৰি লোৱা হৈছে৷ আজিৰ বৈঠকত মন্ত্ৰী সিংহলে এই প্ৰতিটো কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে সূক্ষ্মভাৱে পৰ্যালোচনা কৰে আৰু কেতবোৰ বিশেষ দিশত সালসলনিৰ পৰামৰ্শ দিয়ে ৷

১৫ মাৰ্চৰ পূৰ্বে এই প্ৰকল্প সম্পূৰ্ণৰূপে সাজু কৰি তুলিব পৰাকৈ বাকী ৰোৱা কাম-কাজসমূহ দ্ৰুততৰ কৰি তুলিবলৈ তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Ashok SinghalDepartment MeetingDispurGuwahati Devt. MinisterJanata Bhawan
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: