Cm Visits Uzan Bazar :হেঁপাহৰ ভোগালী বিহুৰ প্ৰাগ মুহূৰ্তত উজান বজাৰত মুখ্যমন্ত্ৰী

বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ স'তে মতবিনিময়

WhatsApp Image 2023 01 12 at 12.30.55 PM 1

Cm Visits Uzan Bazar :

হেপাঁহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা থকা অৱস্থাত বৃহস্পতিবাৰে পুৱাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় মহানগৰীৰ উজান বজাৰত

উপস্থিত হোৱাৰ পাছতে বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনোৱাৰ লগতে ১০ কিলো ওজনৰ এটা আৰি মাছ বিহুৰ ওলগ হিচাপে প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীয়ে বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ কাৰ্যকৰী সভাপতি হৰিৎ মেধি,উপ-সভাপতি দিলু দাস আৰু সাধাৰণ সম্পাদক ভাস্কৰ দাস প্ৰমুখ্যে কৰ্মকৰ্তা সকলৰ স’তে মতবিনিময় কৰি আগতীয়াকৈ বিহু শুভেচ্ছা জনায় ৷

Exit mobile version