Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Guwahati  : কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত মানৱ-শৃংখল

publisher by publisher
January 12, 2023
in Assam, News
Reading Time: 1 min read
0
Guwahati  : কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত মানৱ-শৃংখল
3
SHARES
34
VIEWS
ShareShareShareShare

Guwahati :

ADVERTISEMENT

62986465 53a5 4ed5 96a6 7ae75fb56e63ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতি বাৰে গুৱাহাটীত শতাধিক ছাত্র-ছাত্ৰীয়ে মানৱ শৃংখলৰ জৰিয়তে ধঁপাতৰ ওপৰত কৰ বৃদ্ধি কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ দাবী জনায়।

RelatedPosts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

Jorabat kidnapped : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ

গুৱাহাটীৰ ঐতিয্যমণ্ডিত কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি পুৱা এক মানৱ শৃংখলৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ ওচৰত এই দাবী উত্থাপন কৰে।

05ba4663 c3ba 402a b9ac 3f5d948957e8

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ, নতুন দিল্লী আৰু  সেউজ অসমৰ সহযোগত আয়োজিত মানৱ শৃংখল কাৰ্যসূচীত অংশ লোৱা ছাত্র-ছাত্ৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ কৰ বৃদ্ধিৰ দ্বাৰা যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়।

ধঁপাত বিৰোধী এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰাই প্ৰতিজন ছাত্র-ছাত্ৰীকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা সমগ্ৰ জীৱন আঁতৰি থাকিবলৈ আহ্বান জনাই কয় , ধঁপাত ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ ভয়াবহ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

মানৱ শৃংখলত অংশ লৈ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় , শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে। দেশৰ ১৩ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ছাত্র-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে।

কৰ বৃদ্ধিৰ জৰিয়তে ধঁপাত ৰ মূল্য অধিক বৃদ্ধি কৰিলেহে ধঁপাতৰ ব্যৱহাৰ বর্তমানৰ তুলনাত বহু শতাংশ হ্ৰাস পাব বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে। মানৱ শৃংখলত অংশ লোৱা ছাত্ৰ-ছাত্ৰী সকলে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰি ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ জৰিয়তে যুৱ প্ৰজন্মৰ জীবন ৰক্ষা কৰিবলৈ মুকলি আহ্বান জনায়।

অনুষ্ঠানত বিদ্যালয় খনৰ শিক্ষক ক্ৰমে প্ৰণীতা শৰ্মা বৰদলৈ, নন্দিতা ডেকা আৰু জিতু খনিকৰেও ধঁপাত ব্যৱহাৰৰ অপকাৰীতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক বিস্তৃতভাৱে অৱগত কৰে।লগতে বিদ্যালয়ৰ শিক্ষাৰ্থী দীপাংকৰ চৌধুৰী, বিশাল দাসে ধঁপাত সেৱনৰ পৰিমাণ যে কিমান ভয়াবহ সেই বিষয়ে কয়। এই কাৰ্যসূচীত ‘সেইজ অসম’ৰ সভাপতি পিয়ালী ঘোষ দে, সদস্য অনুপমা ডেকা উপস্থিত থাকে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamGuwahatitobacco
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: