Horoscope :
মেষ : ঘৰত আলহী আগমনৰ ফলত মনটো আনন্দ আহবি। ব্যৱসায় বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্ৰত মাধ্যম।
বৃষ : গধুৰ কাম-কাজৰ পৰা বিৰত থকাই ভাল, দুর্ঘটনা, ৰক্তপাত আদিৰ যোগ দৃষ্টি হয়, গতিকে যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব, শুভ ৰং বগা, সংখ্যা ২।
মিথুন : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব, দেহ আৰু মনত দুর্বলতা প্রকাশ পাব, চলা-ফুৰাত সতর্ক থাকিব।
কৰ্কট : নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব, আকস্মিক দুৰ্ঘটনাৰ যোগ, প্ৰেমত শুভ, শুভ ৰং বগা, সংখ্যা ৩।
সিংহ : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো শনি আৰু হনুমান মন্দিৰত ধূপ-বত্তী প্ৰদানৰ কৰ্তব্য। যিকোনো যান-বাহনৰ পৰা সতর্ক থাকিব।
কন্যা : আজিৰ দিনটো আর্থিক লেন-দেন নকৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, শুভ ৰং হালধীয়া, সংখ্যা
তুলা : শাৰীৰিক দিশত মাধ্যম ফল। কর্মস্থান চাকৰিৰ ক্ষেত্ৰত দিনটো শুভ। কথা-বতৰাত সাৱধান থাকিব, সফলতা লাভ কৰিব।
বৃশ্চিক : এই ৰাশিৰ জাতক-জাতিকাই শৰীৰ প্ৰতি সতর্ক থাকিব। টকা-পইচাৰ কাৰণে কৰ্মৰ ক্ষেত্ৰত বাধা, শুভ ৰং নীলা, শুভ সংখ্যা ৭।
ধনু : পাৰিবাৰীক সমস্যাৰ কাৰণে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত বাধা, শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ, জুইৰ পৰা সতৰ্ক থাকিব।
মকৰ : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব, দেহ আৰু মনত দুর্বলতা প্রকাশ পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৯।
কুম্ভ : এই ৰাশিৰ জাতক-জাতিকাই নতুন কামত হাত নিদিব, অশুভ ৰাহুৰ প্ৰভাৱত শৰীৰৰ নিম্নাংশ আঘাত পাব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৭
মীন: এই ৰাশিৰ বিদ্যাৰ্থীৰ সকলৰ বাবে দিনটো শুভ, ধূপ-বন্তীৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অপৰ্ণ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।