Nagalend Cm Neiphiu Rio:মুখ্যমন্ত্ৰীৰ বাসভৱনত সৌজন্যতামূলক সাক্ষাৎ

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' ৰ

WhatsApp Image 2023 01 12 at 5.42.01 PM

Nagalend Cm Neiphiu Rio:

প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক দিছপুৰস্থ তেখেতৰ বাসগৃহত সৌজন্যতামূলক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷

উক্ত আলোচনাত অসম-নাগালেণ্ডৰ পাৰস্পৰিক বিকাশ ক্ষিপ্ৰ কৰাৰ উপায় আৰু দুয়োখন ৰাজ্যৰ মাজত সতীৰ্থতাৰ বন্ধন শক্তিশালী কৰাৰ উপায়ৰ ওপৰত বিষদভাৱে আলোচনা কৰে দুই মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version