Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM

Horoscope:ৰাশিফল

মেঘ: এই ৰাশিৰ জাতক- জাতিকই বগা কাপোৰ পৰিধান কৰিব ৷ বিদাৰ্থী সকলৰ বাবেও ভালে দিনটো ৷ ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ ৷

বৃষ:কৰ্মক্ষেত্ৰত প্ৰনিয়ত ক্ষতিৰ চেষ্টা কৰিব ৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে৷ভ্ৰমণৰ যোগ ৷

মিথুন : দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ’ব পাৰে ৷ দৈনন্দিন কৰ্মৰ গতি বৃদ্ধি পাব ৷টকা- পইচাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ভাল ৷
কৰ্কট:বিদ্যাৰ্থী সকলৰ শুভ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায় ৷যানবাহনৰ পৰা সৰ্তক থাকিব ৷ বন্ধুবৰ্গৰ পৰা আঁতৰি থকাই ভাল ৷

সিংহ: আজি সন্ধিয়া গনেশ মন্দিৰত পাঁচটা লাডু দান কৰিব আৰু ধূপ-ধূনা চাকি বন্তি জ্বলাব ৷ চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব ৷
কন্যা : গা ধোৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰিব কৰি উওঁ থ্ৰীং শ্ৰীং শ্ৰপীসূৰ্যায় নম: এই মন্ত্ৰ ২০ বাৰ জপ কৰিব ৷ নিৰামিষ আহাৰ কৰিব ৷

তুলা : সন্তানৰ শাৰিৰীক সমস্যাই চিন্তাত পেলাব ৷ ব্যৱসায় সূত্ৰত আাৰ্থিক উন্নতিৰ যোগ দেখা যায় ৷ বিদ্যাৰ্থী সকলৰ বাবে ভাল ৷

বৃশ্চিক : কৰ্মক্ষেত্ৰত ভাল । ফুৰা- চকাৰ ক্ষেত্ৰত সাৱধান ৷ প্ৰেমত শুভ ৷ শাৰীৰিক ক্ষেত্ৰত উন্নত ৷ ঘৰত আলহী আগমণ ৷

ধনু : কোনো বন্ধুৰ কাৰণে আাৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে ৷ বিবাহৰ যোগ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ ৷

মকৰ : চাকৰিৰ ক্ষেত্ৰত জটিলতাই দেখা দিব ৷ হঠাৎ আঘাত পাব পাৰে ৷ বিদ্যাৰ্থীসকলৰ বাবে ভাল ৷

কুম্ভ : বিদ্যাৰ্থীৰ শুভ ৷ ৰাজনীতিৰ ক্ষেত্ৰত দিনটো শুভ ৷ যানবাহনৰ পৰা সাৱধানে থাকক ৷ ভিক্ষাৰীক দান কৰিব ৷ কৰ্মক্ষেত্ৰত জটিল দেখা দিব ৷

মীন : সংসাৰৰ প্ৰতি চকু ৰাখক ৷ ঘৰৰ কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হ’ব পাৰে ৷ চাকৰি ক্ষেত্ৰত উন্নত ৷ বিদ্যাৰ্থীসকলৰ বাবে ভাল ৷

Exit mobile version