Today Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM

Today Horoscope :

মেষ :এই ৰাশিৰ জাতক-জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অজি অশুভ। ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান থাকিব। বিদ্যাৰ্থীসকলৰ শুভ। প্ৰেমত

বৃষ :শুভ প্রভাৰৰ ফলত কন্যা বা পুত্ৰৰ বিবাহৰ যোগ দেখা যায়। বেয়া ভালৰ মাজত দিনটো পাৰ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

মিথুন :কর্মক্ষেত্ৰত শত্ৰু প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। বন্ধুৰ পৰা সাৱধানে থাকিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে।

কর্কট : আর্থিক ক্ষেত্ৰত উন্নতি দেখা যায়। ভ্রমণ যোগ। সন্তানৰ বিদ্যা লৈ চিন্তা থাকিব। বিবাহৰ যোগ। শত্ৰুৰ পৰা সাৱধান।

সিংহ :বিভিন্ন ফালে মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। সংসাৰত অশান্তিৰ ফলত মন অশান্তিৰ থাকিব। নীলা কাপোৰ পৰিধান কৰিব।

কন্যা :ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। আর্থিকত মাধ্যম। লক্ষ্মী নাৰায়ণৰ আৰাধনা কৰিব আৰু নিৰামিষ আহাৰ কৰিব। যাত্রা নকৰাই ভাল।

তুলা : মানসিক চঞ্চলতাৰ কাৰণে দিনটো কর্মক্ষেত্ৰত জটিলতা দেখা দিব পাৰে। টকা-পইচা লেনদেন নকৰাই ভাল৷ বিদ্যাৰ্থীৰ কাৰণে ভাল ৷

বৃশ্চিক :নিজৰ কোনো মানুহ শত্ৰু হৈ উঠিব পাৰে। যান-বাহনৰ পৰা সতর্ক থাকিব। চাকৰিয়ালসকলৰ দিনটো মানসিক চিন্তাত ভুগিব। বিদ্যাৰ্থীৰ কাৰণে ভাল।

ধনু : সন্তানৰ শাৰীৰিক সমস্যাই দিনটো চিন্তাত পেলাব। যান-বাহন ক্রয় কৰাৰ যোগ দেখা যায়। বিভিন্ন কাৰণত সংসাৰিক অশান্তি বৃদ্ধি পাব।

মকৰ : ভাল-বেমাৰ মাজত দিনটো পাৰ হ’ব। চাকৰিৰ ক্ষেত্ৰত কোনো জটিলতাই দেখা দিব। বিদ্যাৰ্থীৰ শাৰীৰিক সমস্যাৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত বাধা। দূৰ ভ্ৰমণ দেখা যায়।

কুম্ভ : দিনটো কামৰ ব্যৱস্থা বৃদ্ধি। প্ৰেম আৰু দাম্পত্য
জীৱনত জটিলতা দেখা যায়। আর্থিকত ভাল। যাত্রা
নোযোৱাই ভাল৷

মীন : পুৱা গা ধুৰাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। দিনটো নিৰামিষ খাব । সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নি হ’ব পাৰে। শুভ ৰং লীলা। শুভ সংখ্যা ৫।

Exit mobile version