Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 2

Horoscope:

মেঘ: বিশেষ কোনো কামত সফলতা লাভ ৷ শৰীৰ দুৰ্বল অনুভৱ কৰিব ৷ আবেলি পাঁচ বজাৰ পাছত চাইচিতি যাত্ৰা কৰিব ৷

আপোনাৰ শুভ ৰং বগা ৷

বৃষ: কৰ্মক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ স’তে সু-সম্পৰ্ক স্থাপন ৷ পৰাপক্ষত যাত্ৰা নকৰাই ভাল ৷ শুভ ৰং গুলপীয়া ৷ প্ৰেমত আনন্দ ৷

মিথুন : সামাজিক কামত জড়িত সকলে পৰিৱেশ পাব ৷ বিদ্যাৰ্থী সকলৰ শুভ ৷ দিনটোত এবাৰ বগা ৰংৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰ যাব ৷ যাত্ৰা শুভ হ’ব ৷

কৰ্কট: কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব ৷ দাম্পত্যত মত বিৰোধ হ’ব পাৰে ৷ যাত্ৰা কৰিব পাৰে ৷ শুভ ৰং ক’লা ৷

সিংহ: কন্যা সন্তানৰ প্ৰতি চকু দিয়ক । যাত্ৰা কৰিলে সাৱধান হ’ব ৷ শুভ ৰং সেউজীয়া ৷ পাৰিবাৰিক অশান্তিত ভূগিব পাৰে ৷
কন্যা : ব্যৱসায়ত উন্নতি ৷ যোগাযোগত খুৱ বেয়া নহয় ৷শুভ ৰং ৰঙা ৷ ৰঙা ৰং সূতাৰে পাঁচ-পাক দি মেৰিয়াই লৈ যাত্ৰা কৰিলে সফল হ’ব ৷

তুলা : কৰ্মত সফলতা লাভ কৰিব ৷ যাত্ৰা কৰিলে বেঙুনীয়া ৰংৰ বস্ত্ৰ পৰিধান কৰিব ৷ যাত্ৰা শুভ হ”‘ব ৷

বৃশ্চিক : সাংস্কৃতিক কৰ্মত জড়িত সকলে সফলতা লাভ কৰিব ৷ যাত্ৰা কৰিলে সেউজীয়া ৰংৰ বস্ত্ৰ পৰিধান কৰিব । বিদ্যাত শুভ ৷

ধনু : যাত্ৰা কৰিব পাৰে ৷ দিনটো ফৰকাল ৷শিৱৰ মন্ত্ৰ জপ কৰিব ৷ পাতল নীলা ৰং আপোনাৰ বাবে শুভ ৷ প্ৰেমত বুজাবুজি ৷

মকৰ : পুৰণা বন্ধু- বান্ধৱক লগ পাই সুখী হ’ব ৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰক ৷ ৰঙা ৰংৰ ব্যৱহাৰে যাত্ৰা শুভ কৰিব ৷

কুম্ভ : আৰ্থিক দিশত বাধাগ্ৰস্থ হ’ব ৷ শুভ ৰং কমলা ৰং ৷ এই ৰং ব্যৱহাৰে যাত্ৰা শুভ কৰিব।

মীন : ব্যৱসায়ত দিনটো শুভ ৷ পাৰিবাৰিক দিশটো শুভ ৷ পুৱা যাত্ৰা কৰিব পাৰে ৷ শুভ ৰং মেৰুণ ৷

Exit mobile version