Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 2

Horoscope :

মেষ : এই ৰাশিৰ জাতক-জাতিকাই বগা কাপোৰ পৰিধান কৰিব। বিদ্যাৰ্থীৰ সকলৰ বাবেও ভাল দিনটো। ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। শুভ সংখ্যা ২।

বৃষ :কর্মক্ষেত্ৰত শত্ৰু প্ৰতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা, সংখ্যা৮।

মিথুন : দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ’ব পাৰে। দৈনন্দিত কৰ্মৰ গতি বৃদ্ধিৰ পাব। টকা-পইচা ক্ষেত্ৰত সাৱধান হ’ব। চৰকাৰী চাকৰি ক্ষেত্ৰত ভাল।

কৰ্কট : বিদ্যাৰ্থীসকলৰ শুভ। ব্যৱসায় ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। যান-বাহনৰ পৰা সতৰ্ক থাকিব। বন্ধু-বৰ্গৰ পৰা আঁতৰি থকাই ভাল।

সিংহ : আজি সন্ধিয়া গণেশ মন্দিৰত পাঁচটা লাডু দান কৰিব আৰু ধূপ-ধুনা চাকি বন্তি জুলাব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব।

কন্যা : গা ধুৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং প্রীং খ্ৰীসূৰ্যায় নমঃ এই মন্ত্ৰ ২০ বাৰ জুম কৰিব। নিৰামিষ আহাৰ কৰিব।

তুলা : সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব। ব্যৱসায় সুত্ৰত আর্থিক উন্নতিৰ যোগ দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে ভাল। শুভ ৰং ৰঙা, সংখ্যা ৮।

বৃশ্চিক : কর্মক্ষেত্ৰত ভাল। ফুৰা-চকাৰৰ ক্ষেত্ৰত সাৱধান। প্ৰেমত শুভ। শাৰীৰিক ক্ষেত্ৰত উন্নত। ঘৰত আলহী আগমন। শুভ ৰং গুলপীয়া, সংখ্যা ১।

ধনু : কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে। বিবাহৰ যোগ। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। প্ৰেমৰ শুভ।

মকৰ : চাকৰি ক্ষেত্ৰত জটিলতাই দেখা দিব। হঠাৎ আঘাত পাব পাৰে। বিদ্যাৰ্থীৰ সকলৰ বাবে ভাল। শুভ ৰং বগা, সংখ্যা ৮।

কুম্ভ : বিদ্যাৰ্থীৰ শুভ। ৰাজনীতিৰ ক্ষেত্ৰত দিনটো শুভ। যান-বাহনৰ পৰা সাৱধান। ভিক্ষাৰীক দান কৰিব। কর্মক্ষেত্ৰত জটিল দেখা দিব। শুভ ৰং হালধীয়া, সংখ্যা ২।

মীন :সংসাৰৰ প্ৰতি চকু ৰাখক। ঘৰৰ কোনো ব্যক্তি আঘাতপ্রাপ্ত হ’ব পাৰে। চাকৰি ক্ষেত্ৰত উন্নত। বিদ্যার্থীসকলৰ বাবে ভাল। প্ৰেমত অশুভ। শুভ ৰং সোণালী, সংখ্যা ৫।

Exit mobile version