Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

jonbeel Mela:আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

পাহাৰ - ভৈয়ামৰ সমন্বয় সেঁতুস্বৰূপ জোনবিলত উপস্থিত মুখ্যমন্ত্ৰী,আজি পুৱতি নিশা হ’ব বিনিময় প্ৰথা

publisher by publisher
January 20, 2023
in India, Assam, News
Reading Time: 3 mins read
0
jonbeel Mela:আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা
1
SHARES
6
VIEWS
ShareShareShareShare

jonbeel Mela:

ADVERTISEMENT

জাগীৰোডৰ ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ঐতিহাসিক গোভা ৰজাৰ জোনবিল মেলাত শুক্ৰবাৰে দুপৰীয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷

RelatedPosts

জোনবিল মেলাত মন্ত্ৰী পীযুষ হাজৰীকা : ১৮ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান

পাহাৰ-ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভা ৰাজ্যৰ জোনবিল মেলা আৰম্ভ

 প্রাচীন বিনিময় প্রথাৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ইতিহাস প্রসিদ্ধ জোনবিল মেলা

WhatsApp Image 2023 01 20 at 4.18.14 PM 1গোভা ৰজা দীপছিং দেওৰজাৰ উপস্থিতিত অনুষ্ঠিত মেলা চৌহদ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়,ঐতিহাসিক মেলাখনে মধ্য যুগৰ পৰা পাহাৰীয়া আৰু ভৈয়ামৰ জনজাতি তথা সম্প্ৰদায়সমূহৰ মাজত যোগাযোগ আৰু ভাতৃত্ববোধৰ সমন্বয়ক হিচাপে সোণসেৰীয়া একতাৰ এনাজৰী স্বাক্ষৰ বহন কৰি আহিছে।

বহু শতিকা ধৰি এই পৰম্পৰা অব্যাহত ৰখাটো তিৱা ভাই-ভনীসকলে তেওঁলোকৰ ঐতিহ্য আৰু সংস্কৃতিক দিয়া গুৰুত্বৰ মূর্ত প্ৰকাশ। এই মুহূর্তত মহৎ পৰম্পৰাৰে সমৃদ্ধ বার্ষিক মেলাখনৰ সুচাৰু ৰূপায়ণ তথা সফল সমাপ্তিৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে এই সভাতে মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰে ৷

WhatsApp Image 2023 01 20 at 4.18.19 PMসভাত মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়কদ্বয় ৰমাকান্ত দেউৰী, আছিফ মহম্মদ নাজাৰ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু গোভা ৰজা দীপছিং দেওৰজা সহ বহুকেইগৰাকী তিৱা ৰাজসভাৰ ৰাজমন্ত্ৰী বিষয়াও উপস্থিত থাকে।

মনকৰিবলগীয়া যে, ইতিমধ্যে সমন্বয়ৰ বাৰ্তা আৰু পিঠিত মেটমৰা সম্ভাৰ লৈ পাহাৰৰ পৰা আহি জোনবিলৰ পাৰত বাহৰ পাতিছেহি মামা-মামীসকলে ৷ শুকুৰবাৰে পুৱতি নিশা অনুষ্ঠিত হ’ব পৰম্পৰাগত বিনিময় প্ৰথা ৷

WhatsApp Image 2023 01 20 at 4.18.10 PMএই প্ৰথা অনুসৰি পাহাৰ আৰু ভৈয়ামৰ লোকসকলে উভয়ে সামগ্ৰীৰ সাল-সলনি বা বিনিময় কৰে ৷ পৰম্পৰাগতভাৱে চলি অহা এই প্ৰথাই আজিকোপতি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আহিছে ৷ এই জোনবিলক লৈ বহু থলুৱা গীত মাতো আছে ৷

তিৱাসকলৰ লালিলাং, বৰত, লাংখুন আদি বিভিন্ন গীতত জোনবিল মেলাৰ কথা উল্লেখ আছে ৷ জোনবিলে একপ্ৰকাৰে অৰ্থনীতিৰ দিশতো অৰিহণা যোগাই আহিছে ৷ বিনিময় প্ৰথা প্ৰচলিত জোনবিল মেলাই হৈছে অসমৰ বৰ্তমান সময়ৰ একমাত্ৰ হাট ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Annual IndigenousJonbeel MelaMorigaon JagiroadTiwa Community Mela
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: