Horoscope:দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 4

Horoscope:

মেষ: কন্যা সন্তানৰ বিবাহৰ সংযোগ। আর্থিকত ভাল ক’ব পৰা যায়। কৰ্মস্থানত কিছু অসুবিধা পাব।

বৃষ : ঘৰুৱাত মাধ্যম। শৰীৰ ভাল দেখা নাযায়। প্ৰেমত প্ৰতৰণা ৷ ভ্ৰমণৰ যোগ

মিথুন : উচ্চ শিক্ষাত বাধা আহিব। ভ্রমণ নকৰা ভাল। গ্রন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগ উপকৃত হ’ব।

কৰ্কট : দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। প্রয়োজনে বন্ধুৰ পৰা সাহায্য লাভ কৰিব। প্ৰেমত মাধ্যম বুলি ক’ব পৰা যায়।

সিংহ : ব্যৱসায়ত পৰিকল্পনা সফল অগ্ৰসৰ হ’ব পাৰিব। ঘৰুৱাত ভাল। আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব। বগা ৰুমাল গলত ৰাখিব।

কন্যা : নিবনুৱা সকলৰ দিনটো ভাল-বেয়া মাজেৰে পাৰ হ’ব। পৰীক্ষাৰ্থীয়ে পঢ়াত মনযোগ দিয়ক। প্ৰেমত অশুভ।

তুলা : আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়াব পাৰে।

বৃশ্চিক : ব্যৱসায়ত জামেলা থাকিব। আর্থিক লেন-দেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চাকৰিয়াসকলৰ বাবে দিনটো ভাল।

ধনু : স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়। বিদ্যাত অগ্ৰসৰ হ’ব পাৰিব খং-ৰাগ কৰি দিনটো বেয়া নকৰিব।

মকৰ : বিদ্যাত ভাল। চাকৰিয়াল সকল অলপ সাৱধান হোৱা ভাল। দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত শুভ।

কুম্ভ :খং নিয়ন্ত্ৰণ কৰক। দাম্পত্য আৰু প্ৰেমত শুভ। ভ্ৰমণত সম্ভৱনা আছে। বিদ্যাত বাধা।

মীন : নতুন কাম হাতত ল’ব পাৰে। ব্যৱসায়িক সকলৰ ভাল ৷ প্ৰেম-প্রণয়নত শুভ। নতুন কর্ম লাভৰ যোগ।

Exit mobile version