Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 4

Horoscope :

মেষ : এই ৰাশিৰ জাতক-জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ কাৰণে বিদেশ গমন হ’ব পাৰে। যৌথ ব্যৱসায়ত সতৰ্ক থকা ভাল।

বৃষ :আপোনাৰ দিনটো খং, ৰাগ নিয়ন্ত্ৰণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ স’তে পৰামৰ্শ কৰা ভাল।

মিথুন : পুৰণি বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে। ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ। সন্তানৰ ভাল ৷

কর্কট : নিবনুৱা ভাল-বেয়া মাজেৰে পাৰ হ’ব৷ শৰীৰ মধ্যম, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দাম্পত্য আৰু প্ৰেমত মজলীয়া৷

সিংহ : আপোনাৰ আৰ্থিক বেয়া নহ’ব। বিদ্যাত শুভ। উচ্চ শিক্ষাৰ যত্নৰ প্রয়োজন আছে। ভ্ৰমণৰ যোগ আছে।

কন্যা : মনৰ কোনো পুৰণি আশা পূৰণ হ’ব। ভাই-ভনীৰ মাজত সদ্ভাৱ বজাই ৰাখিব। ভ্ৰমণত শুভ।

তুলা :দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ৰাজনীতিবিদসকলৰ কাৰণে পৰিস্থিতি জটিল হ’ব পাৰে। প্ৰয়োজনত বন্ধুৰ সহায় পাব।

বৃশ্চিক :দিনটো কমওব্যস্ততা দেখা যায়৷ সৰু সুৰা ভ্ৰমণৰ যোগ৷ কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব। বন্ধুৰক সহায় পাব।

ধনু : আর্থিকত লেনদেন সতর্ক থাকিব। সন্তানৰ সাফল্যত আনন্দিত হ’ব। কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব।

মকৰ : কর্মক্ষেত্ৰত খেলিমেলি হোৱাৰ আশংকা আছে। সহকৰ্মীৰ লগতো মতভেদ হ’ব পাৰে। প্ৰেমত ভাল৷ দূৰ ভ্ৰমণ।

কুম্ভ :সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটিবাৰী ক্ৰয় কৰাৰ কথা নভবাই ভাল হ’ব। নিবনুৱা কৰ্ম লাভৰ যোগ। উচ্চ শিক্ষাৰ যত্নৰ প্ৰয়োজন আছে।

মীন : বিদ্যাৰ্থীৰ কাৰণে দিনটো ভাল। প্ৰেমত ভাল হ’লেও দিনটো শেষ ভাগৰ ভুল বুজাবুজিৰ কাৰণে সাময়িক দূৰত্ব বৃদ্ধি হ’ব পাৰে। সন্তানৰ স্বাস্থ্যত নজৰ ৰাখক।

Exit mobile version