Agartala : আগৰতলাত ৰিভলভাৰ আৰু গুলী সহ গ্রেপ্তাৰ যুৱক

3d0fdffd 4e89 43ac a847 e6763a32383d

Agartala :

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত পিষ্টলসহ গ্রেপ্তাৰ যুৱক ৷ আটকাধীন যুৱকক গান্ধীগ্রাম অঞ্চলৰ বিমান দাস ৷ ধৃত যুৱকজনৰ পৰা এটা পিষ্টল, ৪৬জাঁই সক্রিয় গুলী আৰু দুটা মেগজিন জব্দ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে , ত্ৰিপুৰা আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত আগৰতলাৰ চেনাইহানিত দুখন বাহনত অৰ্তকিতে অভিযান চলাই জব্দ কৰে মাৰণাস্ত্রখিনি ৷ লগতে জব্দ কৰে বাহন দুখনো ৷

Exit mobile version