Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 5

Horoscope :

মেষ : এই ৰাশিৰ জাতক-জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ কাৰণে বিদেশ গমন হ’ব পাৰে। যৌথ ব্যৱসায়ত সতর্ক থকা ভাল। শুভ ৰং বগা, সংখ্যা ২।

বৃষ : আপোনাৰ দিনটো খং-ৰাগ নিয়ন্ত্ৰণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ স’তে পৰামৰ্শ কৰা ভাল হ’ব।

মিথুন : পুৰাণ বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে। ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ। সন্তানৰ ভাল। শুভ ৰং ৰঙা । সংখ্যা ৩।

কর্কট : নিবনুৱা ভাল-বেয়া মাজেৰে পাৰ হ’ব। শৰীৰ মাধ্যম, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দাম্পত্য আৰু প্ৰেমত মজলীয়া শুভ ৰং ইটা, সংখ্যা ৭।

সিংহ : আপোনাৰ আৰ্থিকত বেয়া নহ’ব। বিদ্যাত শুভ। উচ্চ শিক্ষাৰ যত্নৰ প্ৰয়োজন আছে। ভ্ৰমণৰ যোগ আছে। ঘৰত মজলীয়া ৷

কন্যা : মনৰ কোনো পুৰণি আশা পূৰণ হ’ব। ভাই-ভনীৰ মাজত সম্ভাৱ বজাই ৰাখিব। প্ৰমণত শুভ।

তুলা : দিনটো ভাল-বেয়া মাজেৰে পাৰ হ’ব। ৰাজনীতিবিদ সকলৰ কাৰণে পৰিস্থিতি জটিল হ’ব পাৰে। প্ৰয়োজনত বন্ধুৰ সহায় পাব। শুভ ৰং নীলা, সংখ্যা ৬।

বৃশ্চিক : দিনটো কর্মব্যস্ততা দেখা যায়। সৰু-সুৰা ভ্ৰমণৰ যোগ। কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব। বন্ধুৰ সহায় পাব। শুভ ৰং ৰঙা, সংখ্যা ৪।

ধনু : আর্থিকত লেন-দেন সতর্ক থাকিব। সন্তানৰ সাফল্যত আনন্দিত হ’ব। কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব। শুভ ৰং গুলপীয়া ৷

মকৰ :কর্মক্ষেত্ৰত খেলি-মেলি হোৱাৰ আশংকা আছে। সহকৰ্মীৰ লগতে মতভেদ হ’ব পাৰে। প্ৰেমত ভাল। দূৰ ভ্ৰমণ। শুভ ৰং আকাশী নীলা, সংখ্যা১।

কুম্ভ : সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটি-বাৰী ক্ৰয় কৰাৰ কথা নভবাই ভাল হ’ব। নিবনুৱা কৰ্ম লাভৰ যোগ। উচ্চ শিক্ষাৰ যত্নৰ প্ৰয়োজন আছে। শুভ ৰং হালধীয়া, সংখ্যা ৮।

মীন : বিদ্যাৰ্থীৰ কাৰণে দিনটো ভাল ৷ প্ৰেমত ভাল হ’লেও দিনটো শেষৰ ভাগত ভূল বুজা-বুজিৰ কাৰণে সাময়িক দূৰত্ব বৃদ্ধি হ’ব পাৰে। সন্তানৰ স্বাস্থ্য নজৰ ৰাখক। শুভ ৰং মাটিয়া, সংখ্যা ২।

Exit mobile version