Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 5

Horoscope :

মেষ : মন স্থিৰ কৰা টান হ’ব। বিনা কাৰণত খং ৰাগ বৃদ্ধি পাব। চাকৰিয়ালৰ উৎসাহ উদ্দীপনা বৃদ্ধি পাব। ভ্রমণত শুভ।

বৃষ : আর্থিকত বেয়া দেখা নাযায়৷ প্ৰেমত শুভ ফল। বিদ্যাত মজলীয়া। ঘৰুৱাত বেয়া নহয়। বিদ্যাত শুভ।

মিথুন : বিদ্যাত মজলীয়া৷ দূৰ ভ্ৰমণৰ যোগ। চাকৰিয়ালসকলে সাৱধান হ’ব। শত্ৰু বৃদ্ধিৰ যোগ।

কর্কট : নতুন কাম হাতত নলোৱা ভাল হ’ব। আজি ক’লা বস্ত্ৰ ব্যৱহাৰ নকৰিব। প্ৰেমত বাধা।

সিংহ : স্বাস্থ্যৰ ক্ষেত্ৰত সিমান এয়া দেখা নাযায়। বিদ্যাত সাফল্য পাব। দাম্পত্য বিবাদ। দূৰ ভ্ৰমণ সম্ভাৱনা।

কন্যা : খৰচৰ মাত্রা বৃদ্ধি পাব। বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব। প্ৰেমত সন্দেহ।

তুলা : দিনটোত আর্থিক দিশত আয় ব্যয় সমান। ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰতাৰত কিছু বাধা আছে। নিবনুৱাৰ ভাল।

বৃশ্চিক : শাৰীৰিক ক্ষেত্ৰত মাধ্যম। দাম্পত্য বিবাদ থাকিব। মাটি-বাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে।

ধনু :মাতৃৰ শুভ। সন্তানৰ বাবে চিন্তিত হ’ব। নিবনুৱা সকলে চাকৰি লাভৰ যোগ। বিদ্যাত শুভ।

মকৰ : বিদ্যাত বাধা। প্ৰেমত মজলীয়া। বিদ্যাত অনুকূল বন্ধুৰ দ্বাৰা উপকৃত হ’ব। শিল্পীসকলৰ বাবে দিনটো শুভ।

কুম্ভ : সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি পাব। দিনটোত দাম্পত্য সংঘাত হ’ব। পিতৃৰ শৰীৰ যত্ন হ’ব।

মীন : শৰীৰ অৱনতি। পৰীক্ষাৰ্থীয়ে চেষ্টা কৰক। প্ৰেমত শুভ। মাতৃ বিবাদৰ ভয়। বিদ্যাত মাধ্যম।

Exit mobile version