Ganja Seized In Karimgang:কৰিমগঞ্জত আছাম ৰাইফলছে জব্দ কৰিলে ৪৮ কেজি গাঞ্জা

WhatsApp Image 2023 01 27 at 7.27.39 PM

Ganja Seized In Karimgang:

অসম ৰাইফলছে অৰ্তকিতে চলোৱা এক অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । কৰিমগঞ্জৰ ৰাতাবাৰীৰ থানা ৰংপুৰ অঞ্চলৰ পৰা বৃহস্পতিবাৰে নিশা অসম ৰাইফলছে জব্দ কৰে গাঞ্জাখিনি

উল্লেখ্য যে জব্দকৃত গাঞ্জাখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ১৯ লাখ হ’ব বুলি জানিব দিয়ে আছাম ৰাইফলছৰ এজন বিষয়াই ।

কৰিমগঞ্জ ৰাধানগৰস্থ আছাম ৰাইফলচৰ বেটেলিয়নে আৰু ৰাতাবাৰী আৰক্ষীৰ যৌথ অভিযানত জব্দ হৈছিল গাঞ্জাখিনি । অৱশ্যে এই সন্দৰ্ভত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল।

Exit mobile version