Horoscope :  দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 6

Horoscope :

মেঘ: দৈনন্দিন কৰ্মত সাফল্য আহিব ৷কাৰোবাৰ লগত চলি অহা বিবাদৰ নিস্প্ৰতি হ’ব পাৰে ৷আত্মীয় দ্বাৰা অপমানিত হ’ব পাৰে সামাজিক কামত সন্মান প্ৰাপ্তিৰ যোগ ,আকস্মিকভাৱে অৰ্থ সম্পদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায় ৷ ব্যৱসায়- বাণিজ্যত মধ্যম ফল ৷দাম্পত্য শান্তি বজাই থাকিব ৷

বৃষ: চেষ্টা আৰু সংযম বজাই ৰাখিব পাৰিলে দিনটোত বিভিন্ন দিশত সফল হ’ব পাৰিব ৷কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ ঘটিব ৷কিবা বিষয়লৈ ভাতৃত্বৰ লগত বিৰোধ দেখা দিব পাৰে ৷সাংবাদিক কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ ৷আৰ্থিক ক্ষেত্ৰত মধ্যম ফলদায়ক হ’ ব ৷বিদ্যাৰ্থীৰ সাফল্য আহিব ৷

মিথুন : কৰ্মক্ষেত্ৰত মধ্যম ফল ৷এই ৰাশিৰ ক্ৰীড়াবিদ সকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব ৷গুৰুত্বৰ কামত সাফল্য আহিব ৷দিনৰ শেষৰ ভাগত ব্যৱসায়- বাণিজ্যত জটিলতা দেখা দিব পাৰে ম

কৰ্কট: কৰ্মক্ষেত্ৰত বেমেজালিয়ে দেখা দিব পাৰে ৷ এই ৰাশিৰ সংগীত শিল্পী সকলৰ বাবে দিনটো ফলদা হ’ব ৷দিনটোত কামত সুফল পাব পাৰে ৷ভাতৃৰো উন্নতিৰ যোগ ৷বেচৰকাৰী ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তনৰ যোগ।

সিংহ: কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সৰ্তকতা অৱলম্বন কৰিব ৷অপ্ৰত্যাশিত ঘৰোৱা অশান্তি দেখা দিব পাৰে ৷সমাজসেৱামূলক কামত সাফল্য আহিব ৷নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব দিনটোত আত্মীয় বিয়োগৰ খবৰ পাব পাৰে ৷ব্যৱসায়- বাণিজ্য মধ্যম ফল ৷

কন্যা : কৰ্মক্ষেত্ৰত বিশেষ কোনো কামৰ বাবে প্ৰশংসা লাভ কৰিব ৷হঠাৎ শৰীৰৰ আত্মপ্ৰাপ্তিৰ যোগ আছে ৷গতিকে দিনটোত সাৱধানেৰে চলাফুৰা কৰিব অৰ্থ সম্পদ প্ৰাপ্তিৰ যোগ আছে ৷দিনটোত নতুন যোগাযোগৰ ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে বাধা পৰিব পাৰে ৷প্ৰেমত সাফল্য আহিব ৷

তুলা : ঘৰু অশান্তিৰ ফলত দৈনন্দিন কৰ্মত বাধা ৷কৰ্মক্ষেত্ৰত সমস্যা বৃদ্ধি পাব ৷দিনটোত নতুন যান-বাহন ক্ৰয়ৰ যোগ আছে ৷নিবনুৱা জাতক- জাতিকাই কৰ্ম সংস্থাপনৰ যোগ দেখা যায় ৷

বৃশ্চিক : কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ। কিবা বিষয়লৈ ভাতৃৰ লগত বিৰোধ হ’ব পাৰে ৷শিক্ষাবিভাগৰ স’তে জড়িট ব্যক্তি সকলৰ উন্নতিৰ যোগ ৷দিনটোত শুভ সংবাদ প্ৰাপ্তিৰ ফলত মানসিক আনন্দ লাভ কৰিব ৷

ধনু : সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব ৷কিবা বিষয়লৈ পিতৃ- পুত্ৰৰ মাজত বিৰোধৰ সম্ভাৱনা দেখা যায় ৷কৰ্মক্ষেত্ৰত শত্ৰুৱে বদনাম কৰোৱা দেখা কৰিব ৷প্ৰভাৱশালী ব্যক্তিৰ সহায়ক মাধ্যমৰ নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ ৷অযথা অৰ্থ সম্পদৰ অপচয় হ’ব পাৰে ৷বিদ্যাৰ্থীৰ উন্নতিৰ যোগ ৷

মকৰ : কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে ৷বিশেষ কোনো কামৰ বাবে আত্মীয়সৰ্জনৰ প্ৰশংসা লাভ কৰিব ৷হাৰ্ট বা ৰক্ত সংক্ৰান্তীয় বেমাৰ আজাৰত আক্ৰান্তৰ যোগ ৷

কুম্ভ : কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব বৃদ্ধি পাব ৷আইন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ সাফল্য আহিব ৷বিনা কাৰণত অপমানিত হ’ব পাৰে ৷ব্যৱসায়- বাণিজ্যত শুভ যদিও নতুনকৈ ব্যৱসায়ৰ পৰিকল্পনা নকৰাই ভাল ৷ আৰ্থিকক্ষেত্ৰত মধ্ঁ ফল ৷বিদ্যাৰ্থীয়ে অধিক পৰিশ্ৰম কৰিব ৷

মীন : দৈনন্দিন কৰ্মত উন্নতিৰ যোগ ৷কিবা বিষয়লৈ ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ হ’ব পাৰে ৷সমাজত প্ৰতিষ্ঠিত হোৱাৰ যোগ আছে ৷অৰ্থনৈতিৰ দিশত শুভ ফল আশা কৰিব পাৰে ৷বাধাবিঘিনিৰ মাজেৰে গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব ৷বিদ্যাৰ্থীৰ শুভ ৷দাম্পত্য শান্তি বজাই ৰাখিব ৷

Exit mobile version