Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 6

Horoscope :

মেষ : মানসিক অস্থিৰতা দূৰ হ’ব। তথাপিও শৰীৰটো অৱশ যেন অনুভৱ হ’ব। সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। প্রাপ্তি ধন লাভৰ সম্ভৱনা। যান-বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। প্ৰেমত অতিকৈ শুভ। বিবাহৰ যোগাযোগত শুভ। হালধীয়া শুভ ৰং, শুভ সংখ্যা ৯।

বিষ :ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা। আর্থিক খৰচৰ মাত্রা বৃদ্ধি পাব। মাটি-বাৰীৰ লেন-দেনত সাৱধান হ’ব। মামলা-মোকদমাত ক্ষতি হোৱা সম্ভাৱনা। বিবাহৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৬।

মিথুন : সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব। প্রতিবেশীৰ লগত সম্ভাৱ ৰাখিব। বিদ্যা ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ দেখা যায়। নীলা শুভ ৰং, শুভ সংখ্যা ১।

কর্কট : কর্মক্ষেত্ৰত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে। খেলা-ধূলাৰ লগত জড়িত সকলে সুফল পাব। মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকবিৰ। গুলপীয়া ৰং শুভ,
শুভ সংখ্যা ৪।

সিংহ : শৰীৰ মধ্যম। কর্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব। মোকদমা আদিত সফলতা আহিব। ঘৰুৱা শান্তি বিৰাজমান। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। প্ৰেমত শুভ। ৰঙা শুভ ৰং

কন্যা : ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব। যান-বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। শুভ ৰং বগা, শুভ সংখ্যা ১০।

তুলা : কর্মক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দাম্পত্যত নিজৰ বিচাৰক অগ্রাধিকাৰ দিব লাগিব। আৰ্থিকত মধ্যম প্ৰভাৱ। দেহ বৰ সুস্থ নাথাকিব। নীলা শুভ ৰং, শুভ সংখ্যা ৬।

বৃশ্চিক : আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব। ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব। পিতৃৰ খুব বেয়া নহয়। অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

ধনু : বৈষয়িক ক্ষেত্ৰত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কৰ্মস্থানত সামগ্রিক ক্ষেত্ৰত আশাপূর্ণ যোগাযোগ পাব। বিশ্বাস যোগ্য বন্ধু-বান্ধৱৰ পৰা উপকৃত হ’ব। বিয়া-বাৰুৰ যোগাযোগ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

মকৰ : দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম নিকট আত্মীয়ৰ কোনে খৰবত চিন্তিত। বিয়া-বাৰুৰ যোগাযোগত শুভ। ব্যৱসায়ীসকলৰ দূৰ ভ্ৰমণ সফল হ’ব পাৰে। শুভ ৰং ক’লা, শুভ সংখ্যা
১।

কুম্ভ : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বিদ্যাত অশুভ নহ’ব। কৰ্মত তৎপৰতা থাকিব। শৰীৰৰ প্রতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ’ব। অৰ্থলাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

মীন : মনোবল বৃদ্ধি পাব। মাতৃৰ শুভ। ধন-বিতৰ উন্নতিৰ অনুভৱ। নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কর্মক্ষেত্ৰত সামান্য বাধাৰ কাৰকতা। যাত্রাদিত শুভ। সু-বন্ধু লাভ। প্ৰেমত আহুকাল সাধাৰণ। নীলা ৰং শুভ। শুভ সংখ্যা ৩।

Exit mobile version