Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Kampur Deadbody Recover : নগাঁৱৰ কামপুৰত পথৰ কাষত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

    Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

    Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

    Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

    APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ

    O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    High Blood Pressure and Headaches :  আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

  • Videos
No Result
View All Result

Home News Assam

G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

publisher by publisher
February 1, 2023
in India, Assam, News
Reading Time: 3 mins read
0
G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
4
SHARES
38
VIEWS
ShareShareShareShare

G20 Delegates Visit Kaziranga National Park:

ভাৰতে ২০২৩ বৰ্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰাৰ পিছত অসমত হ’বলগীয়া জি-২০ৰ অন্তৰ্গত দীৰ্ঘস্থায়ী বিত্তীয় কৰ্মী গোট (SFWG) আৰু য়ুথ-২০ৰ বৈঠকত অংশগ্ৰহণৰ বাবে অহা প্ৰতিনিধিৰ এটা দলে আজি ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ।

ADVERTISEMENT

WhatsApp Image 2023 02 01 at 5.51.01 PMদলটোক প্ৰথমে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কহঁৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্ৰত বিভাগৰ দ্বাৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু অন্য বন্যপ্ৰাণী অনুকূল ব্যৱস্থাৱলী সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।

RelatedPosts

Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

G20 Delegates At Pobitora Sanctuary :জি ২০ সন্মিলনৰ প্ৰতিনিধি দলৰ পবিতৰা অভয়াৰণ্য চফৰ

ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰি কাজিৰঙাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু এটা খড়্গযুক্ত গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ প্ৰত্যক্ষ কৰে ।

WhatsApp Image 2023 02 01 at 5.51.03 PMউল্লেখযোগ্য যে বসুধৈব কুটুম্বকম বা এক পৃথিৱী, এক পৰিয়াল, এক ভবিষ্যতক মূল বিষয়বস্তু হিচাপে লৈ ভাৰতে এইবাৰ জি -২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিছে ।

এইবাৰৰ জি -২০ সন্মিলনত ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে । এই জি-২০ সন্মিলনৰ অংশস্বৰূপে গুৱাহাটী আৰু ডিব্ৰুগড়ত ৫ খন বৈঠক অনুষ্ঠিত হ’ব ।

WhatsApp Image 2023 02 01 at 5.51.02 PM 1ইয়াৰে গুৱাহাটীত অহা ২-৩ ফেব্ৰুৱাৰী, ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰী, ১৩ ৰ পৰা ১৫ মাৰ্চ আৰু ৩ ৰ পৰা ৫ এপ্ৰিললৈ আৰু ডিব্ৰুগড়ত ২৪-২৫ মাৰ্চত বৈঠক অনুষ্ঠিত হ’ব । ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে ।

WhatsApp Image 2023 02 01 at 5.51.03 PM 1জি-২০ হৈছে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ । ১৯৯৯ চনত এছিয়ান বিত্তীয় সংকটৰ পিছতেই গোলকীয় অৰ্থনৈতিক আৰু বিত্তীয় বিষয়সমূহৰ আলোচনাৰ বাবে এটা ৰাষ্ট্ৰগোটৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলক লৈ জি-২০ গঠন কৰা হৈছিল ।

WhatsApp Image 2023 02 01 at 5.51.01 PM 1ইউৰোপীয় সংঘৰ উপৰি ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ হ’ল আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেচিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Delegates VisitG20 SummitKaziranga National Park
publisher

publisher

Related Posts

Kampur Deadbody Recover : নগাঁৱৰ কামপুৰত পথৰ কাষত উদ্ধাৰ শিক্ষকৰ মৃতদেহ
Assam

March 25, 2023
Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট
Assam

Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

March 25, 2023
Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা
Assam

Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

March 25, 2023
Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন
India

Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

March 25, 2023
APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ
Assam

APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ

March 25, 2023
O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ
Assam

O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

March 25, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: