Bashistha Theft :মহানগৰীৰ বশিষ্ঠত চোৰৰ চাফাই অভিযান

WhatsApp Image 2023 02 05 at 1.26.05 PM

Bashistha Theft :

মহানগৰীৰ বশিষ্ঠত চোৰৰ চাফাই অভিযান ৷ স্বৰ্গপুৰৰ অঞ্চলৰ গৃহ নং ৫০ ত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড ৷ চোৰে ঘৰৰ দুৱাৰ ভাঙি চোৰে লুট কৰি নিয়ে নগদ প্রায় ৮০ হাজাৰ টকা আৰু আঠলাখ টকা মূল্যৰ আ-অলংকাৰ

চোৰে লুটপাত চলোৱা সময়ত গৃহটিত নাছিল গৃহস্থ ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি চোৰে লুটপাত চলাইছিল ৷

Exit mobile version