NF Railway Half Marathon : ক্ৰীড়াবিদক উৎসাহ দিয়াৰ লক্ষ্যৰে মালিগাঁওত এন এফ ৰে’লৱেৰ ‘নৰ্থ-ইষ্ট হাফ মাৰাথন’ প্ৰতিযোগিতা

0e0c57b0 d83d 4a82 bfd2 4f143c615774

NF Railway Half Marathon :

মহানগৰীৰ উত্তৰ পূব সীমান্ত ৰে’লৱে মুখ্য কাৰ্যালয় মালিগাঁৱত দেওবাৰে অনুষ্ঠিত হয় ‘নৰ্থ-ইষ্ট হাফ মাৰাথন’ প্ৰতিযোগিতা । তৰুণ ক্ৰীড়াবিদক উৎসাহ দিয়াৰ লক্ষ্যৰে এই মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে এন এফ ৰে’লৱে-এ।

দেওবাৰে পুৱা ভাগত মালিগাঁৱৰ এন এফ ৰে’লৱে ষ্টেডিয়াম পৰা আৰম্ভ হয় এই মাৰাথন । প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী নিচিথ প্ৰমানিকে ।

অনুষ্ঠানত এন এফ ৰে’লৱেৰ মহা প্ৰৱন্ধক আঞ্চুল গুপ্তা,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং থাকে। এই হাফ মাৰাথনত প্ৰায় সাতহাজাৰ এথলিটে অংশগ্ৰহণ কৰে।

Exit mobile version