Horoscope:দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 4

Horoscope:দিনটোৰ ৰাশিফল

মেষ :কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। বহুদিনৰ পাছত পুৰণি কোনো বন্ধুৰ লগ পাব পাৰে। যানবাহনদিৰ পৰাৰ শৰীৰত অৰ্থাৎ প্ৰক্ৰ সম্ভাৱনা আছে। গতিকে সতর্কতা অৱলম্বন কৰিব। মেষৰাশি জাতক-জাতিকাই আজি ৰঙা কালাৰৰ কাপোৰ ফল খাই ঘৰৰ পৰা ওলাব।

বৃষ :কর্মক্ষেত্ৰত উন্নতি অব্যাহত থাকিব। সম্পাদ লাভৰ যোগ দেখা যায় শৰীৰ স্বাস্থ্যৰ কাৰণে চিন্তা থাকিব। আত্মীয় বিয়োগৰ সংবাদ পাব পাৰে। আকস্মিক ভাবে ঘৰুৱা অশান্তি দেখা দিব পাৰে। বৃষৰাশি জাতক-জাতিকাই বগা গাই গৰুক কিবা খোৱা বস্তু খাব দিব।

মিথুন : আকস্মিক ভাবে কর্মক্ষেত্ৰত জটিলতা দেখা দিব পাৰে। দিনটোত শুভ সংবাদ প্রাপ্তিৰ যোগ আছে। শিক্ষকতাৰ লগত জড়িত ব্যক্তি সকলোৰ সুনাম বৃদ্ধিৰ যোগ। মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব। মিথুন ৰাশি জাতক-জাতিকাই আজি গা- ধোৱাৰ পাছত তুলসীৰ তলত পানি ঢালিব ।

কর্কট : কর্মক্ষেত্ৰত সন্মান বৃদ্ধি যোগ। বিষয় সম্পদ লৈ ভ্ৰাতৃৰ লগত বিৰোধ হ’ব পাৰে। উচ্চ বিদ্যাৰ্থীৰ উন্নতিৰ যোগ। কৰ্কটৰাশি জাতক- জাতিকাই আজি গৰুৰ গাখীৰ লগত মিঠাই মিহলাই শিৱ লিংগত ঢালিব।

সিংহ : সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। পাৰিবাৰীক সমস্যা বৃদ্ধি পাব। শত্রু দমন হ’ব। দিনটোত কোনো সাহসী পদক্ষেপ ল’ব পাৰে। ভ্ৰমণত সাফল্য আৰু অৰ্থপ্ৰাপ্তিৰ যো-জা অর্থকাৰী যোগ। সিংহৰাশি জাতক-জাতিকাই আজি বগা ফুলৰ আৰু ৰঙা চন্দ্ৰনে শিৱৰ পূজা চৰণ কৰিব।

কন্যা :কর্মক্ষেত্ৰত বিনা দোষত সন্মান হানিৰ যোগ, উত্তৰোধিকাৰ সূত্ৰে ধন সম্পদ প্ৰাপ্তিৰ যোগ। কিবা বিষয়লৈ পিতৃৰ লগত মতবিৰোধ হ’ব পাৰে। কন্যাৰাশি জাতক-জাতিকাই আজি গা ধোৱাৰ পাছত তুলসী তলত পানী ঢালিব।

তুলা : কর্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা অপমানিত হ’ব পাৰে। কৰ্মত বিপদ শংকা নাথাকিব। ব্যস্ত হৈ পৰাৰ কাৰক। আজি আপুনি সেউজীয়া ৰং ব্যৱাৰ কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। তুলাৰাশি জাতক-জাতিকা
আজি বগা গৰুক বস্তুৰ খাব দিব।

বৃশ্চিক : সামাজিক কামত সন্মান বৃদ্ধিৰ যোগ। বিপদত বন্ধুৰ উপযুক্ত সহায় সহযোগীতা লাভ কৰিব। ঘনিষ্ঠ কোনোবাৰ মানসিক আঘাত পাব পাৰে। বৃশ্চিকৰাশি জাতক-জাতিকাই আজি ৰঙা কালাৰ কাপোৰ পিন্ধিব।

ধনু : দৈনন্দিন কর্মত সাফল্য আহিব। শত্ৰুৱে বিভিন্ন দিশত ক্ষতিকৰা চেষ্টা কৰিব। গতিকে শত্ৰুৰ সতি বধিৰ ওপৰত লক্ষ্য ৰাখিব। ধনুৰাশি জাতক-জাতিকাই আজি হালধীয়া ফুল আৰু বেলপাতেৰে শিৱ পূজা কৰিব।

মকৰ : কৰ্মক্ষেত্ৰত বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্ৰত বৰ এটা ভাল ফল নাপাব। বিশিষ্ট কোনো ব্যক্তিৰ সহায়ৰ ফলত নিবনুৱাৰ কৰ্মপ্ৰাপ্তি হ’ব পাৰে। আয়তকৈ বিয় মাত্ৰ বেছি। মকৰাশি জাতক-জাতিকাই নীলা ফুলে পাতেৰে শিৱৰ পূজা-অৰ্চনা কৰিব।

কুম্ভ : ঘৰুৱা দিশত শান্তি বজাই থাকিব। গুৰুত্বপূৰ্ণ কামত বাধা কৰিব পাৰে। আর্থিক ক্ষেত্ৰত বিশেষ ভাল নহ’ব। যানবাহন আদি পৰা সতর্কতা অৱলম্বন কৰিব। কুম্ভৰাশি জাতক-জাতিকাই বেলপাৰে শিৱ পূজা কৰিব।

মীন :কিবা বিষয়লৈ ঘৰুৱা অশান্তি হ’ব পাৰে। বাধা-বিঘিনৰি মীনৰাশিৰ জাতক জাতিকাই আজি হালধীয়া ফুল আৰু বেলপাতৰে শিৱ পূজা কৰিব।

Exit mobile version